Chapter- 10
আমাৰ বজাৰ ব্যৱস্থা
১) বজাৰক কেইটা ভাগত ভাগ কৰা হৈছে ?
(ক) ৪টা
(খ) ৩টা
(গ) ২টা
উত্তৰ- (গ) ২টা ।
২) যিবোৰ বজাৰ সকলো সময়তে চলি থাকে তেনে বজাৰক কি বুলি কৰা হয় ?
(ক) স্থায়ী বজাৰ
(খ) অস্থায়ী বজাৰ
(গ) খুচুৰা বজাৰ
উত্তৰ- (ক) স্থায়ী বজাৰ ।
৩) য’ত কম পৰিমানৰ বস্তু বেচা-কিনা কৰা হয় তাক কি বোলে ?
(ক) পাইকাৰী বজাৰ
(খ) খুচুৰা বজাৰ
(গ) স্থায়ী বজাৰ
উত্তৰ- (খ) খুচুৰা বজাৰ ।
৪) যিবোৰ বজাৰ সপ্তাহটোৰ বা মাহটোৰ সকলো সময়তে চলি নাথাকে তেনে বজাৰক কি বজাৰ বুলি কোৱা হয় ?
(ক) স্থায়ী বজাৰ
(খ) অস্থায়ী বজাৰ
(গ) খুচুৰা বজাৰ
উত্তৰ- (খ) অস্থায়ী বজাৰ ।
৫) সপ্তাহটেৰ দুটা দিনত বহা বজাৰক কি বজাৰ বোলে ?
(ক) সাপ্তাহিক বজাৰ
(খ) অৰ্ধ সাপ্তাহিক বজাৰ
(গ) অস্থায়ী বজাৰ
উত্তৰ- (খ) অৰ্ধ সাপ্তাহিক বজাৰ ।
৬) কিছুমান হাত ১৫ দিনৰ মূৰে মূৰে বহে এনে হাতক কি বোলে ?
(ক) সাপ্তাহিক হাট
(খ) অৰ্ধ সাপ্তাহিক হাট
(গ) পষেকীয়া হাট
উত্তৰ- (গ) পষেকীয়া হাট ।
৭) প্ৰতিদিনে বহা হাটক কি হাট বোলে ?
(ক) স্থায়ী হাট
(খ) অস্থায়ী হাট
(গ) দৈনিক হাট
উত্তৰ- (গ) দৈনিক হাট ।
৮) হাট বা বজাৰত যিসকলে বস্তু বিক্ৰী কৰে তেওঁলোকক কি বোলে ?
(ক) বেচোঁটা বা বিক্ৰেটতা
(খ) কিনোতা বা ক্ৰেতা
(গ) গ্ৰাহক বোলে
উত্তৰ- (ক) বেচোঁটা বা বিক্ৰেটতা ।
৯) বজাৰত যিসকলে বস্তু কিনে তেওঁলোকক কি বোলে ?
(ক) কিনোতা বা ক্ৰেতা
(খ) গ্ৰাহক
(গ) ওপৰৰ দুয়োটাই
উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।
১০) যিবোৰ বজাৰত একেলগে অধিক পৰিমাণৰ বস্তু কিনা বেচা কৰা হয় তাক কি বোলে ?
(ক) খুচুৰা বজাৰ
(খ) পাইকাৰী বজাৰ
(গ) স্থায়ী বজাৰ
উত্তৰ- (খ) পাইকাৰী বজাৰ ।
১১) কি বজাৰত বহুতো সৰু-ডাঙৰ ঘৰ সজা থাকে ?
(ক) স্থায়ী বজাৰত
(খ) অস্থায়ী বজাৰত
(গ) পষেকীয়া হাটত
উত্তৰ- (ক) স্থায়ী বজাৰত ।
১২) তলৰ ছবিখনৰ কি বজাৰৰ উদাহৰণ ?
(ক) স্থায়ী বজাৰৰ
(খ) অস্থায়ী বজাৰৰ
(গ) পষেকীয়া বজাৰৰ
উত্তৰ- (গ) পষেকীয়া বজাৰৰ ।
১৩) সপ্তাহটোত দুদিন বহা হাতক কি বোলে ?
(ক) সাপ্তাহিক
(খ) অৰ্ধ সাপ্তাহিক
(গ) এটাও নহয়
উত্তৰ- (খ) অৰ্ধ সাপ্তাহিক ।
১৪) গ্ৰাহক বা ক্ৰেতাৰ ভাগ কেইটা ?
(ক) ৭ টা
(খ) ৪ টা
(গ) ২ টা
উত্তৰ-(গ) ২ টা ।
১৫) হাট-বজাৰবোৰ _______ কেন্দ্ৰ ।
(ক) খবৰৰ
(খ) শিক্ষাৰ
(গ) এটাও নহয়
উত্তৰ-(ক) খবৰৰ ।
১৬) খুচুৰা বজাৰত বিক্ৰী কৰা বস্তুবোৰ _______ বজাৰৰ পৰা কিনি অনা হয়।
(ক) পাইকাৰী
(খ) পষেকীয়া
(গ) স্থায়ী
উত্তৰ- (ক) পাইকাৰী ।
১৭) হাট-বজাৰবোৰ সুচাৰুৰূপে চলোৱাৰ দায়িত্ব কাৰ ?
(ক) স্থানীয় প্ৰশাসন
(খ) হাটখোৱা
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (গ) ওপৰৰ দুয়োটা ।
১৮) ডাকোতাজনক ________বা _______বোলে ।
(ক) পৌৰনিগম, পৌৰসভা
(খ) হাটখোৱা, মহলদাৰ
(গ) পৰিচালক, নিগম
উত্তৰ- (খ) হাটখোৱা, মহলদাৰ ।
১৯) অস্থায়ী বজাৰ বা হাটৰ ভাগ কেইটা ?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
উত্তৰ- (গ) চাৰিটা ।
২০) স্থায়ী বজাৰ কেই ধৰণৰ থাকে ?
(ক) দুই ধৰণৰ
(খ) চাৰি ধৰণৰ
(গ) ছয় ধৰণৰ
উত্তৰ- (ক) দুই ধৰণৰ ।
Type by- Bikul Mandal