মোহন আৰু কলীয়া
Chapter- 7
১। মাহীয়েকৰ ভৰলৈ অহা নৱাৰুণৰ আজি কিমান দিন হ’ল ?
ক) ১৫ দিন
খ) ১০ দিন
গ) ৫ দিন
উত্তৰঃ ক) ১৫ দিন।
২। পাঠটোত থকা ল’ৰাজনৰ নাম কি ?
ক) মোহন
খ) নৱাৰুণ
গ) ভাস্কৰ
উত্তৰঃ খ) নৱাৰুণ
৩। নৱাৰুণৰ মৰম লগা কুকুৰটোৰ নাম কি ?
ক) নৱাৰুণ
খ) ভাস্কৰ
গ) মোহন
উত্তৰঃ গ) মোহন।
৪। নৱাৰুণৰ মাহীয়েকৰ ল’ৰাজনৰ নাম কি ?
ক) বজেন
খ) ভাস্কৰ
গ) মোহন
উত্তৰঃ খ) ভাস্কৰ।
৫। ভাস্কৰ নৱাৰুণতকৈ কিমান বছৰ ডাঙৰ ?
ক) দুবছৰ
খ) তিনিবছৰ
গ) চাৰিবছৰ
উত্তৰঃ ক) দুবছৰ।
৬। নৱাৰুণে ভাস্কৰৰ স’তে কি নেখেলে বুলি কৈছিল ?
ক) ক্ৰিকেট
খ) হকী
গ) বল
উত্তৰঃ গ) বল।
৭। ভাস্কৰে পোহা কুকুৰটোৰ নাম কি ?
ক) কলীয়া
খ) মোহন
গ) চিকু
উত্তৰঃ ক) কলীয়া।
৮। নৱাৰুণে কাক খং কৰিছিল ?
ক) মোহনক
খ) ভাস্কৰক
গ) কলীয়াক
উত্তৰঃ খ) ভাস্কৰক।
৯। ” হ’ব দিয়া। মই আৰু তোমাক বেয়া পাই নাথাকোঁ।” কথাষাৰ কোনে কৈছে ?
ক) ভাস্কৰে
খ) নৱাৰুণে
গ) মোহনে
উত্তৰঃ খ) নৱাৰুণে
১০। পহৰা দি অৰ্থ কি ?
ক) চোকা দৃষ্টিৰে চাই থকা
খ) চোকা দৃষ্টি নিদিয়াকে থকা
গ) একো চায় নথকা
উত্তৰঃক) চোকা দৃষ্টিৰে চাই থকা।