Chapter- 3
মহৰ্ষি টলষ্টয়
১। টলষ্টয়ৰ সম্পূৰ্ণ নাম কি?
(ক) কাউন্ট নিকোলেভিচ টলষ্টয়
(খ) টলষ্টয় বৈশ্য
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) কাউন্ট নিকোলেভিচ টলষ্টয় ।
২। টলষ্টয় কেনেকুৱা প্ৰকৃতিৰ লোক আছিল?
(ক) দুষ্ট প্ৰকৃতিৰ
(খ) ভাবুক প্ৰকৃতিৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ভাবুক প্ৰকৃতিৰ ।
৩। তেখেত সৰুতেই পিতৃ-মাতৃ হেৰুওৱাত তেখেতক কোনে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল?
(ক) তেখেতৰ বুঢ়ীমাকে
(খ) তেখেতৰ ককাকে
(গ) তেখেতৰ খুৰীয়েকে
উত্তৰ- (গ) তেখেতৰ খুৰীয়েকে ।
৪। তেখেতৰ খুড়ীয়েকৰ পৰীয়ালটো কেনেকুৱা আছিল?
(ক) যৌথ পৰিয়াল
(খ) একক পৰিয়াল
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) যৌথ পৰিয়াল ।
৫। ধনী-পৰীয়ালত জন্মগ্ৰহণ কৰিও তেখেতে কেনেকৈ জীৱন কটাইছিল?
(ক) ৰজাৰ দৰে
(খ) প্ৰজাৰ দৰে
(গ) ঋষি-মুনিৰ দৰে
উত্তৰ- (গ) ঋষি-মুনিৰ দৰে ।
৬। টলষ্টয়ৰ জন্ম কত হৈছিল?
(ক) কলিকতাত
(খ) য়াচনায়া পোলিয়ানা নামৰ এখন ঠাইত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) য়াচনায়া পোলিয়ানা নামৰ এখন ঠাইত ।
৭। যুদ্ধ আৰু শান্তি নামৰ কালজয়ী গ্ৰন্থ খন কোনে ৰচনা কৰিছিল?
(ক) টলষ্টয়ে
(খ) লক্ষ্মীনাথ বেজবৰুৱাই
(গ) নৱকান্ত বৰুৱাই
উত্তৰ- (ক) টলষ্টয়ে ।
৮। ধৰ্ম শব্দৰ বিপৰীত অৰ্থ কি?
(ক) ধৰ্মীয়
(খ) অধৰ্ম
(গ) ধৰ্মাৱলী
উত্তৰ- (খ) অধৰ্ম ।
৯। শান্তি শব্দৰ বিপৰীত অৰ্থ কি?
(ক) অশান্তি
(খ) শান্তি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) অশান্তি ।
১০। জীৱন শব্দৰ বিপৰীত অৰ্থ কি?
(ক) জীৱন গাঁথা
(খ) মৰন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) মৰন ।
১১। তেখেতে মুখত কি লৈ জন্মগ্ৰহণ কৰিছিল?
(ক) সোণৰ চামুচ
(খ) ৰূপৰ চামুচ
(গ) ষ্টীলৰ চামুচ
উত্তৰ- (ক) সোণৰ চামুচ ।
১২। তেখেতে কি বিদ্যালয়ত আইন পঢ়ে?
(ক) কটন মহাবিদ্যালয়ত
(খ) কাজান বিশ্ববিদ্যালয়ত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) কাজান বিশ্ববিদ্যালয়ত ।
১৩। পালিকুছকা নামৰ উল্লেখযোগ্য গ্ৰন্থখনৰ ৰচক কোন?
(ক) লক্ষ্মীনাথ বেজবৰুৱা
(খ) নৱকান্ত বৰুৱা
(গ) মহৰ্ষি টলষ্টয়
উত্তৰ- (গ) মহৰ্ষি টলষ্টয় ।
১৪। টলষ্টয়ৰ জীৱনৰ প্ৰধান উদ্দেশ্য কি আছিল?
(ক) টকা-পইছা ঘটা
(খ) মানৱসেৱা কৰা
(গ) চোৰ কৰা
উত্তৰ- (খ) মানৱসেৱা কৰা ।
১৫। ধনী শব্দৰ সমাৰ্থক শব্দ কি?
(ক) চহকী
(খ) দুখীয়া
(গ) প্ৰজা
উত্তৰ- (ক) চহকী ।
১৬। ধনী শব্দৰ বিপৰীত অৰ্থ কি?
(ক) চহকী
(খ) ৰজা
(গ) দুখীয়া
উত্তৰ- (গ) দুখীয়া ।
১৭। কৰ্ম থকা নথকা লৈ ক্ৰিয়াপদক কেইটা ভাগত ভাগ কৰিব পাৰি?
(ক) ৩ টা
(খ) ২ টা
(গ) ৫ টা
উত্তৰ- (খ) ২ টা ।
১৮। অকৰ্মক ক্ৰিয়া কাক বোলে?
(ক) কৰ্ম নথকা ক্ৰিয়াক
(খ) কৰ্ম থকা ক্ৰিয়াক
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) কৰ্ম নথকা ক্ৰিয়াক ।
১৯। সকৰ্মক ক্ৰিয়া কাক বোলে?
(ক) কৰ্ম নথকা ক্ৰিয়াক
(খ) কৰ্ম থকা ক্ৰিয়াক
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) কৰ্ম থকা ক্ৰিয়াক ।
২০। স্বাৰ্থ শব্দৰ বিপৰীত অৰ্থ কি?
(ক) নিস্বাৰ্থ
(খ) স্বাৰ্থপৰ
(গ) স্বাৰ্থ
উত্তৰ- (ক) নিস্বাৰ্থ ।
Type by- Bikul Mandal