Chapter- 5
ভাৰতৰ আৰ্যসকল
১) আৰ্যসকল কোন অঞ্চলৰ পৰা আহিছিল
(ক) মধ্য এছিয়া
(খ) দক্ষিণ ৰাছিয়া
(গ) ওপৰৰ দুয়োটাই
উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।
২) আৰ্য সকলৰ মূল জীৱিকা কি আছিল
(ক) কৃষি কাৰ্য
(খ) পশুপালন
(গ) মাছধৰা
উত্তৰ- (খ) পশুপালন ।
৩) কিমান খ্ৰী.পূ.ৰ পৰা কিমান খ্ৰী.পূ. ৰ ভিতৰত আৰ্যসকল উত্তৰ-পশ্চিম দিশেদি ভাৰতত প্ৰৱেশ কৰিছিল
(ক) ১০০০ খ্ৰী.পূ.ৰ পৰা ১৫০০ খ্ৰী.পূ. ভিতৰত
(খ) ২০০০ খ্ৰী.পূ. ৰ পৰা ১৫০০ খ্ৰী.পূ. ৰ ভিতৰত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ২০০০ খ্ৰী.পূ. ৰ পৰা ১৫০০ খ্ৰী.পূ. ৰ ভিতৰত ।
৪) আৰ্যসকলৰ সভ্যতা আছিল
(ক) গ্ৰাম্যকেন্দ্ৰিক
(খ) নগৰীয়া কেন্দ্ৰিক
(গ) পৌঢ় কোন্দ্ৰিক
উত্তৰ- (ক) গ্ৰাম্যকেন্দ্ৰিক ।
৫) আৰ্য শব্দৰ অৰ্থ আছিল
(ক) পশুপালক
(খ) কৃষক
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) কৃষক ।
৬) প্ৰথম অৱস্থাত আৰ্যসকলে কত বসতি স্থাপন কৰিছিল
(ক) গংগাৰ পাৰত
(খ) ‘সপ্ত সিন্ধুৰ’ পাৰত
(গ) হোৱাংহো নদীৰ পাৰত
উত্তৰ- (খ) ‘সপ্ত সিন্ধুৰ’ পাৰত ।
(গ) হোৱাংহো নদীৰ পাৰত৭) গ্ৰাম্য জীৱন-ধাৰণৰ পৰিয়ালকেন্দ্ৰিক আৰ্যসকল মূলত কি প্ৰধান আছিল
(ক) পিতৃ প্ৰধান
(খ) মাতৃ প্ৰধান
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) পিতৃ প্ৰধান ।
৮) আৰ্য সকলৰ মাজত কেনেধৰনৰ পৰিয়াল পদ্ধতি প্ৰচলিত আছিল
(ক) একক পৰিয়াল
(খ) যৌথ পৰিয়াল
(গ) একক আৰু যৌথ দুয়োটাই
উত্তৰ- (খ) যৌথ পৰিয়াল ।
৯) আৰ্য সকলৰ পৰিয়ালৰ মূল মানুহ জনক কি বুলা হছিল
(ক) গৃহস্থ
(খ) মুৰব্বী
(গ) গৃহপতি
উত্তৰ- (গ) গৃহপতি ।
১০) আৰ্যসকলে সমাজৰ সকলো স্তৰৰ মানুহক কেইটা শ্ৰেণীত ভাগ কৰিছিল
(ক) ৪ টা
(খ) ২ টা
(গ) ৩ টা
উত্তৰ- (ক) ৪ টা ।
১১) যিবিলাক লোকৰ পূজ-পাতল, যাগ-যজ্ঞত দক্ষতা আছিল সেই লোকসকলক কি বুলি কোৱা হৈছিল
(ক) ক্ষত্ৰিয়
(খ) বৈশ্য
(গ) ব্ৰাহ্মণ
উত্তৰ- (গ) ব্ৰাহ্মণ ।
১২) আৰ্যসকলৰ প্ৰধান খাদ্য কি আছিল
(ক) ভাত, মাছ, মাংস
(খ) ঘেহু, যৱ আৰু গাখীৰ
(গ) ৰুটি আৰু পনীৰ
উত্তৰ- (খ) ঘেহু, যৱ আৰু গাখীৰ ।
১৩) আৰ্য সকলৰ মাজত কেনেধৰণৰ প্ৰথাৰে বেপাৰ- বাণিজ্য চলিছিল
(ক) দোকান-বজাৰ
(খ) প্ৰত্যক্ষ বিনিময় প্ৰথাৰে
(গ) পৰোক্ষ বিনিময় প্ৰথাৰে
উত্তৰ- (খ) প্ৰত্যক্ষ বিনিময় প্ৰথাৰে ।
১৪) আৰ্যসকলে বিনিময়ৰ মাধ্যম হিচাপে পোনপ্ৰথমে কি যন্তু ব্যৱহাৰ কৰিছিল
(ক) গৰু
(খ) গাধ
(গ) ম’হ
উত্তৰ- (ক) গৰু ।
১৫) আৰ্যসকলে মূলত কোন কোন দেৱতাক পূজা-অৰ্চনা কৰিছিল
(ক) ইন্দ্ৰ, অগ্নি, আৰু বৰুণ দেৱতাক
(খ) ব্ৰহ্মা, বিষ্ণু
(গ) শিৱ, পাৰ্বতী
উত্তৰ- (ক) ইন্দ্ৰ, অগ্নি, আৰু বৰুণ দেৱতাক ।
১৬) আৰ্যসকলৰ প্ৰধান গ্ৰন্থ কি আছিল
(ক) মহাভাৰত
(খ) ৰামায়ন
(গ) বেদ
উত্তৰ- (গ) বেদ ।
১৭) আটাইতকৈ পুৰণি বেদ খনৰ নাম কি
(ক) ঋকবেদ
(খ) সামবেদ
(গ) যৰ্জুবেদ
উত্তৰ- (ক) ঋকবেদ ।
১৮) গুৰুৰ গৃহত থাকি বিদ্যা-শিক্ষা লাভ কৰা সময়ছোৱাক কি বুলি কোৱা হয়
(ক) ব্ৰহ্মচৰ্য
(খ) গ্ৰাৰ্হস্থ্য
(গ) বানপ্ৰস্থ
উত্তৰ- (ক) ব্ৰহ্মচৰ্য ।
১৯) ঋকবেদত কেইটা শ্লোক আছে
(ক) ২৫০০
(খ) ২২৬০
(গ) ১০২৮
উত্তৰ- (গ) ১০২৮ ।
২০) আৰ্যসকলৰ গাঁৱৰ মুৰব্বী জনক কি বুলি কোৱা হয়
(ক) গাঁওবুঢ়া
(খ) গ্ৰামনী
(গ) মৌজাদাৰ
উত্তৰ- (খ) গ্ৰামনী ।
Type by- Bikul Mandal