Chapter- 5
ধূলি-কণা মই
1. ধূলি কণা মই মৰিলেও দিন গ’লে কি হ’ব?
(ক) পুৱা
(খ) সন্ধিয়া
(গ) ৰাতি
উত্তৰ- (গ) ৰাতি ।
2. ধূলি কণা মৰিলেও কি ওলায়ে থাকিব?
(ক) তৰা
(খ) চন্দ্ৰ
(গ) জোন বেলি
উত্তৰ- (গ) জোন বেলি ।
3. গছত কি ফুলি থাকিব?
(ক) ফুল
(খ) ফল
(গ) শাক
উত্তৰ- (ক) ফুল ।
4. নিজ বাটে কি ঘূৰিব?
(ক) নক্ষত্ৰ
(খ) বেলি
(গ) তৰা
উত্তৰ- (ক) নক্ষত্ৰ ।
5. ধূলি-কণা নহলে এই জগতৰ কি পৰি নাথাকিব?
(ক) কাম পৰি নাথাকিব
(খ) কাম পৰি থাকিব
(গ) সময় পৰি নাথাকিব
উত্তৰ- (ক) কাম পৰি নাথাকিব ।
6. চন্দ্ৰধৰ বৰুৱা কিমান চনত জন্ম হৈছিল?
(ক) ১৮৪৭
(খ) ১৯৮৭
(গ) ১৮৭৪
উত্তৰ- (গ) ১৮৭৪ ।
7. চন্দ্ৰধৰ বৰুৱা কিমান চনত মৃত্য়ু হৈছিল?
(ক) ১৯৬১
(খ) ১৯১৬
(গ) ১৮৬৪
উত্তৰ- (ক) ১৯৬১ ।
8. চন্দ্ৰধৰ বৰুৱবা জন্ম ক’ত হৈছিল?
(ক) যোৰহাটত
(খ) গুৱাহাটীত
(গ) মৰিগাঁৱত
উত্তৰ- (ক) যোৰহাটত ।
9. চন্দ্ৰধৰ বৰুৱা পিতৃৰ নাম কি?
(ক) দুৰ্গাধৰ বৰুৱা
(খ) মহেন্দ্ৰ বৰুৱা
(গ) দুৰ্গাৰাম বৰুৱা
উত্তৰ- (ক) দুৰ্গাধৰ বৰুৱা ।
10. চন্দ্ৰধৰ বৰুৱা মাতৃৰ নাম কি?
(ক) প্ৰেমাৱতী
(খ) চন্দ্ৰনী বৰুৱা
(গ) চন্দ্ৰ প্ৰভা বৰুৱা
উত্তৰ- (ক) প্ৰেমাৱতী ।
11. কিমান চনত কামৰূপ সঞ্জীৱনী সভাৰ দ্বাৰা সাহিত্য়ৰত্ন উপাধিৰে বিভূষিত ?
(ক) ১৯২৮
(খ) ১৯২৯
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) ১৯২৯ ।
12.কিমান চনত ৰঞ্জন নামৰ এখন ধেমেলীয়া কবিতা পুথি ৰচনা কৰে?
(ক) ১৯১৭
(খ) ১৯২৭
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) ১৯২৭ ।
13. কিমান চনত গোৱালপাৰাত বহা অসম সাহিত্য় সভাৰ সভাপতি আছিল?
(ক) ১৯১৮
(খ) ১৯২৮
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ১৯১৮ ।
14. বিপুল শব্দ অৰ্থ কি?
(ক) বিস্তাৰ
(খ) অতিশয়
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
15. বিভোৰ শব্দ অৰ্থ কি?
(ক) মগ্ন
(খ) মুগ্ধ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
16.সংসাৰ সমাৰ্থক শব্দ কি?
(ক) পৰিয়াল
(খ) ঘৰ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) ঘৰ ।
17. ফুলৰ সমাৰ্থক শব্দ কি?
(ক) পুষ্প
(খ) ফুলনি
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) পুষ্প ।
18. গছৰ সমাৰ্থক শব্দ কি?
(ক) বিৰিখ
(খ) বৃক্ষ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
19. বিশালৰ সমাৰ্থক শব্দ কি?
(ক) শকত
(খ) ডাঙৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ডাঙৰ ।
20. হানি সমাৰ্থক শব্দ কি?
(ক) অসুবিধা
(খ) সুবিধা
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) অসুবিধা ।
Type by- Bikul Manda