Chapter- 2
জোখ-মাখ-২
১। কালিৰ একক কি?
(ক) মিটাৰ
(খ) বৰ্গ মিটাৰ
(গ) ছেমি
উত্তৰ- (খ) বৰ্গ মিটাৰ ।
২। ১ মিটাৰত কিমান ছেমি. থাকে?
(ক) ১০০০ ছেমি.
(খ) ১০০ ছেমি.
(গ) ১০ ছেমি.
উত্তৰ- (খ) ১০০ ছেমি. ।
৩। আয়তক্ষেত্ৰৰ কালি=?
(ক) দীঘ+প্ৰস্থ
(খ) দীঘxপ্ৰস্থ
(গ) দীঘxপুতল
উত্তৰ- (গ) দীঘxপুতল ।
৪। ঘন আকৃতিৰ বস্তুৰ আয়তন=?
(ক) দীঘ+প্ৰস্থ
(খ) দীঘxপ্ৰস্থxউচ্চতা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) দীঘxপ্ৰস্থxউচ্চতা ।
৫। ১০০০ঘন ছেমি.=?
(ক) ১ ছেমি.
(খ) ২লিটাৰ
(গ) ১ ঘন ছেমি.
উত্তৰ- (গ) ১ ঘন ছেমি. ।
৬। ১লি. কিমান মিলি. মিটাৰ থাকে?
(ক) ২০০০ মিলি.
(খ) ১০০০ মিলি.
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ১০০০ মিলি. ।
৭। ১মিলি. কিমান ঘন ছেমি. থাকে?
(ক) ২০০ ঘন ছেমি.
(খ) ১০০ ঘন ছেমি.
(গ) ১ঘন ছেমি.
উত্তৰ- (গ) ১ঘন ছেমি. ।
৮। কিহৰ দূৰবীণে আকাশৰ ৰহস্য় উদঘাটন কৰিছিল?
(ক) গেলিলিঅ’ৰ
(খ) ট’ৰিছেলিয়ৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) গেলিলিঅ’ৰ ।
৯। দীঘ, পুতল আৰু উচ্চতাৰ মান একে হ’লে বস্তুটোক কি বোলে?
(ক) আয়ত
(খ) ঘনক
উত্তৰ- (খ) ঘনক ।
১০। এক মিনিটত কিমান ছেকেণ্ড থাকে?
(ক) ১০০
(খ) ৫০
(গ) ৬০
উত্তৰ- (গ) ৬০ ।
১১। বৰ্গক্ষেত্ৰৰ বৈশিষ্ট্য় কি?
(ক) প্ৰতিটো বাহুৰ দীঘ বেলেগ
(খ) প্ৰতিটো বাহুৰ দীঘ একে
(গ) দুটা বাহুৰ দীঘ একে
উত্তৰ- (খ) প্ৰতিটো বাহুৰ দীঘ একে ।
১২। ১ মি.ত কিমান ছেমি. থাকে?
(ক) ১০০
(খ) ২০০
(গ) ৩০০
উত্তৰ- (ক) ১০০ ।
১৩। কিহৰ পৰা বৰ্গ মিটাৰ পোৱা গৈছে?
(ক) মিটাৰৰ
(খ) দীঘৰ
(গ) প্ৰস্থৰ
উত্তৰ- (ক) মিটাৰৰ ।
১৪। একোটা সৰু বৰ্গক্ষেত্ৰৰ কালি কিমান বাৰ্গ মিমি.?
(ক) ৫
(খ) ২
(গ) ১
উত্তৰ- (গ) ১ ।
১৫। Nটা বৰ্গক্ষেত্ৰৰ কালি কি বৰ্গ মিমি.?
(ক) M
(খ) N
(গ) P
উত্তৰ- (খ) N ।
১৬। কোনো এটা বস্তুৱে যিমান ঠাই আগুৰি থাকে তাক বস্তুটোৰ কি বোলে?
(ক) দীঘ
(খ) উচ্চতা
(গ) আয়তন
উত্তৰ- (গ) আয়তন ।
১৭। কম পৰিমাণৰ তৰলৰ আয়তন জুখিবলৈ কি পাত্ৰ লোৱা হয়?
(ক) দীঘলীয়াকৃতি
(খ) চুঙাকৃতি
(গ) বহলকৃতি
উত্তৰ- (খ) চুঙাকৃতি ।
১৮। আয়তক্ষেত্ৰটোৰ কালি কিমান বৰ্গ মি.?
(ক) ১০০০
(খ) ২০০০
(গ) ৩০০০
উত্তৰ- (ক) ১০০০ ।
১৯। তলৰ ছবিখনৰ নাম কি?
(ক) ইটা
(খ) বাকচ
(গ) বিচনা
উত্তৰ- (খ) বাকচ ।
২০। তলৰ ছবিখন কিহৰ ছবি?
(ক) কেৰাছিন জোখা পাত্ৰ
(খ) পানী জোখা পাত্ৰ
(গ) গোটা বস্তু জোখা পাত্ৰ
উত্তৰ- (ক) কেৰাছিন জোখা পাত্ৰ ।
Type by- Bikul Mandal