Chapter- 1
জোখ-মাখ-১
১। ছেকেণ্ড কেইটা মৌলিক একক?
(ক) তিনিটা
(খ) চাৰিটা
(গ) দুটা
উত্তৰ- (ক) তিনিটা ।
২। এক পোহৰ বৰ্ষ=?
(ক) ১২,১০৮,০০০,০০০,০০ কিমি.
(খ) ৯৪,৬০৮,০০০,০০০,০০ কিমি.
(গ) ২৩,২০৬,০০০,০০০,০০ কিমি.
উত্তৰ- (খ) ৯৪,৬০৮,০০০,০০০,০০ কিমি. ।
৩। সূৰ্য্য়ৰ একেবাৰে ওচৰত থকা তৰাটোৰ নাম কি?
(ক) পপীয়া তৰা
(খ) প্ৰ’ক্সিমা ছেণ্টৰাই
(গ) ধ্ৰুৱ তৰা
উত্তৰ- (খ) প্ৰ’ক্সিমা ছেণ্টৰাই ।
৪। সূৰ্য্য়ৰ পৰা প্ৰ’ক্সিমা ছেণ্টৰাইৰ দূৰত্ব কিমান?
(ক) ৩.৪
(খ) ২.৪
(গ) ৪.২
উত্তৰ- (গ) ৪.২ ।
৫। পুনৰাবৃত্তি হৈ থকা ঘটনাবোৰক কি বোলে?
(ক) ছেকেণ্ড
(খ) মিনিট
(গ) পৰ্য্য়াবৃত্ত
উত্তৰ- (গ) পৰ্য্য়াবৃত্ত ।
৬। এক মিনিটক ষাঠি ভাগ কৰিলে কি হয়?
(ক) ঘণ্টা
(খ) ছেকেণ্ড
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ- (খ) ছেকেণ্ড ।
৭। ঘড়ী পোন প্ৰথনে কোনে সাজি উলিয়াইছিল?
(ক) এডৱাৰ্ড জেনাৰে
(খ) লুইৰ পেষ্টিয়ৰে
(গ) গেলিলিঅ’ গেলিলিয়ে
উত্তৰ- (গ) গেলিলিঅ’ গেলিলিয়ে ।
৮। ১কিমি.=?
(ক) ১০০ মি.
(খ) ২০০মি.
(গ) ১০০০ মি.
উত্তৰ- (গ) ১০০০ মি. ।
৯। ১কুইণ্টল=?
(ক) ১০০ কিগ্ৰা.
(খ) ১০০০ কিগ্ৰা.
(গ) ৬০ কিগ্ৰা.
উত্তৰ- (ক) ১০০ কিগ্ৰা. ।
১০। ১দি.=২৪ঘ.=?
(ক) ৪৫,৪০০ ছে.
(খ) ৩৬৫ ছে.
(গ) ৮৬,৪০০ ছে.
উত্তৰ- (গ) ৮৬,৪০০ ছে. ।
১১। জুখিব পৰা ৰাশিবোৰ বিজ্ঞানত কি কৰা হয়?
(ক) বিবেচনা
(খ) বল
(গ) চাপ
উত্তৰ- বিবেচনা ।
১২। তলৰ ছবিখনত কি কৰি আছে?
(ক) খেলি আছে
(খ) জোখ-মাখ
(গ) গান গাই আছে
উত্তৰ- (খ) জোখ-মাখ ।
১৩। তলৰ ছবিখনত তিনি খৰাহি কি আছে?
(ক) পিয়াজ
(খ) আলু
(গ) মটৰ
উত্তৰ- (খ) আলু ।
১৪। দীঘ জোখাৰ আন এক একক কি আছিল?
(ক) বেগেত
(খ) থাৰ্মমিটাৰ
(গ) এছিদ
উত্তৰ- (ক) বেগেত ।
১৫। .২ মি.ত কিমান মিমি.?
(ক) ২০০০ মি.মি
(খ) ৩০০০ মি.মি
(গ) ৪০০০ মি.মি
উত্তৰ- (ক) ২০০০ মি.মি ।
১৬। এক মাহত কিমান ছেকেণ্ড?
(ক) ২৫৯২০০ ছেকেণ্ড
(খ) ৬৪৭৯৮ ছেকেণ্ড
(গ) ৭হ৩৬৮৬ ছেকেণ্ড
উত্তৰ- (ক) ২৫৯২০০ ছেকেণ্ড ।
১৭। ১ কিগ্ৰা. = গ্ৰা. ।
(ক) ২০০০
(খ) ১০০০
(গ) ৩০০০
উত্তৰ- (খ) ১০০০ ।
১৮। ১ লি. = ______ মিলি.।
(ক) ৪০০
(খ) ৫৬৬
(গ) ১০০
উত্তৰ- (গ) ১০০ ।
১৯। ১ ঘণ্টা. = ছে.।
(ক) ৩৬০০
(খ) ৮৪৯০
(গ) ৬৪৯৮
উত্তৰ- (ক) ৩৬০০ ।
২০।১ কিমি. = ছেমি.।
(ক) ২০০০০০
(খ) ৩০০০০০
(গ) ১০০০০০
উত্তৰ- (গ) ১০০০০০ ।
Type by- Bikul Mandal