Chapter- 1
জীৱৰ বৈশিষ্ট্য়
১। পৃথিৱীত থকা বস্তুবোৰৰ গাত প্ৰাণ আৰু কি থাকে?
(ক) বায়ু
(খ) শক্তি
(গ) জীৱন
উত্তৰ- (গ) জীৱন ।
২। প্ৰাণ নথকা এই নিৰ্জীৱ বস্তুবোৰ কি?
(ক) মাটি
(খ) বায়ু
(গ) জড়
উত্তৰ- (গ) জড় ।
৩। জীৱই জন্ম দিব পাৰেনে?
(ক) পাৰে
(খ) নোৱাৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) পাৰে ।
৪। জীৱক জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন?
(ক) বাঁহ
(খ) খাদ্য়
(গ) শিল-বালি
উত্তৰ- (খ) খাদ্য় ।
৫। খালী চকুৰে মণিব নোৱাৰা জীৱক কি বোলে?
(ক) বেক্টেৰিয়া
(খ) ভাইৰাছ
(গ) অনুজীৱ
উত্তৰ- (গ) অনুজীৱ ।
৬। জীৱৰ নিৰ্দিষ্ট কি থাকে?
(ক) বৈশিষ্ট
(খ) শ্বাস
(গ) আয়ুস
উত্তৰ- (গ) আয়ুস ।
৭। জীৱৰ শৰীৰত কিমান কোষ থাকে?
(ক) কেইবা লাখ
(খ) কেইবা কোটি
(গ) কেইবা হাজাৰ কোটি
উত্তৰ- (গ) কেইবা হাজাৰ কোটি ।
৮। উদ্ভিদৰ কোষবোৰত একোখন কি থাকে?
(ক) বেৰ
(খ) কোষপ্ৰস
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।
৯। জড় পদাৰ্থত শ্বাস প্ৰক্ৰিয়া আছেনে?
(ক) আছে
(খ) নাই
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নাই ।
১০। ভাইৰাছবোৰ প্ৰ’টিন আৰু কি পদাৰ্থৰ দ্বাৰা গঠিত?
(ক) প্ৰ’ট’প্লাজম
(খ) বেক্টেৰিয়া
(গ) নিউক্লিয়িক এছিড
উত্তৰ- (গ) নিউক্লিয়িক এছিড ।
১১। জীৱৰ শৰীৰত কি নামৰ পদাৰ্থ থাকে?
(ক) প্ৰ’ট’প্লাজম্
(খ) ছেমপাৰ্ভাইৰেন্ছ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰ- (ক) প্ৰ’ট’প্লাজম্ ।
১২। ওখ-ডাঙৰ হোৱা প্ৰক্ৰিয়াক কি বোলে?
(ক) বৃদ্ধি
(খ) শক্তি
(গ) দুৰ্বল
উত্তৰ- (ক) বৃদ্ধি ।
১৩। সকলো জীৱ কিহেৰে গঠিত?
(ক) কোষেৰে
(খ) হাড়েৰে
(গ) তেজেৰে
উত্তৰ- (ক) কোষেৰে ।
১৪। হাতীৰ প্ৰায় কিমান বছৰ আয়ুস?
(ক) ১০০
(খ) ১২০
(গ) ১৫০
উত্তৰ- (ক) ১০০ ।
১৫। কাছৰে কিমান বছৰমানলৈকে জীয়াই থাকে?
(ক) ১২০
(খ) ১৫০
(গ) ২০০
উত্তৰ- (খ) ১৫০ ।
১৬। জীৱৰ জন্ম আৰু স্বাভাৱিক মৃত্য়ুৰ মাজৰ সময়ছোৱাক কি বোলে?
(ক) জন্ম
(খ) প্ৰজন্ম
(গ) জীৱবিধৰ আয়ুস
উত্তৰ- (গ) জীৱবিধৰ আয়ুস ।
১৭। পৃথিৱীৰ আটাইতকৈ ওখ গছজোপাৰ নাম কি?
(ক) কালিফ’ৰ্নিয়া
(খ) ছিকুৱা ছেমপাৰ্ভাইৰেন্ছ
(গ) ওপৰৰ দুয়োটা শুদ্ধ
উত্তৰ- (খ) ছিকুৱা ছেমপাৰ্ভাইৰেন্ছ ।
১৮। এই গছজোপাৰ উচ্চতা কিমান মিটাৰ?
(ক) ১০০ মিটাৰ
(খ) ১১০ মিটাৰ
(গ) ১১৭ মিটাৰ
উত্তৰ- (গ) ১১৭ মিটাৰ ।
১৯। বেক্টেৰিয়াৰ শৰীৰত থকা কোষৰ সংখ্যা_________?
(ক) এক
(খ) দুই
(গ) তিনি
উত্তৰ- (ক) এক ।
২০। কেঁচুৱে_______ৰ সহায়ত উশাহ লয়?
(ক) ছালৰ
(খ) নাকৰ
(গ) কাণৰ
উত্তৰ- (ক) ছালৰ ।
Type by- Bikul Mandal