Chapter- 5
আমাৰ ইন্দ্ৰিয় আৰু স্নায়ু তন্ত্ৰ
১। মগজুৰ লগত শৰীৰৰ কি সম্পৰ্ক থাকে?
(ক) স্নায়ুকোষ
(খ) মস্তিষ্কৰ
(গ) অংগ-প্ৰত্য়ংগ
উত্তৰ- (গ) অংগ-প্ৰত্য়ংগ ।
২। আমাৰ দেহত কেইপ্ৰকাৰৰ স্নায়ুকোষ আছে?
(ক) এক প্ৰকাৰৰ
(খ) চাৰি প্ৰকাৰৰ
(গ) তিনি প্ৰকাৰৰ
উত্তৰ- (গ) তিনি প্ৰকাৰৰ ।
৩।মগজু আৰু কি লগ লাগি আমাৰ শৰীৰৰ স্নায়ুতন্ত্ৰ গঠন হৈছে?
(ক) শৰীৰ
(খ) স্নায়ুবোৰ
(গ) ইন্দ্ৰিয়বোৰ
উত্তৰ- (খ) স্নায়ুবোৰ ।
৪। কিহৰ সহায়ত আমাৰ ইন্দ্ৰিয়বোৰে কাম কৰে?
(ক) মগজুৰ সহায়ত
(খ) স্নায়ুতন্ত্ৰৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) স্নায়ুতন্ত্ৰৰ ।
৫। চকুটো কিহেৰে গঠিত?
(ক) মণিটোৰে
(খ) মগজুৱে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) মণিটোৰে ।
৬। চকুৰ দুটা প্ৰধান অংশ কি কি?
(ক) ৰশ্মি আৰু লেনছ
(খ) ৰশ্মি আৰু ৰেটিনা
(গ) লেনছ আৰু ৰেটিনা
উত্তৰ- (গ) লেনছ আৰু ৰেটিনা ।
৭। ৰেটিনাৰ স্নায়ুবোৰে উত্তেজনাৰ বাতৰি কিহলৈ পঠিয়াই?
(ক) চকুলৈ
(খ) মগজুলৈ
(গ) কৰ্ণিয়ালৈ
উত্তৰ- (খ) মগজুলৈ ।
৮। আমাৰ আন প্ৰধান ইন্দ্ৰিয় বিধৰ নাম কি?
(ক) নাক
(খ) জিভা
(গ) ওপৰৰ তিনিওটা শুদ্ধ
উত্তৰ- (খ) জিভা ।
৯। নাকৰ ভিতৰৰ অংশটোৰ নাম কি?
(ক) স্বাদ
(খ) কলিকাৰ
(গ) নাসাগহ্বৰ
উত্তৰ- (গ) নাসাগহ্বৰ ।
১০। কিমান চনত জ’ছেফ লিষ্টাৰে অস্ত্ৰোপচাৰত ফিন’ল ব্য়ৱহাৰ কৰিবলৈ পৰামৰ্শ দিছিল?
(ক) ১৮৫৬
(খ) ১৬৫৩
(গ) ১৮৬৫
উত্তৰ- (গ) ১৮৬৫ ।
১১। নাকৰ ভিতৰ অংশ হ’ল_________?
(ক) স্নায়ু
(খ) মগজু
(গ) নাসাগহ্বৰ
উত্তৰ- (গ) নাসাগহ্বৰ ।
১২। আমাৰ দেহৰ কোনো অংশত মহে কামুৰিলে স্নায়ুৱে লগে লগে কাক জনায়?
(ক) শৰীৰক
(খ) মগজুক
(গ) অন্তঃকৰ্ণক
উত্তৰ- (খ) মগজুক ।
১৩। চকু আমাৰ এক________অংগ?
(ক) প্ৰধান
(খ) অপ্ৰধান
(গ) বিশেষ
উত্তৰ- (ক) প্ৰধান ।
১৪। কাৰ সহায়ত আমি দেখোঁ?
(ক) নাকৰ
(খ) চকুৰ
(গ) কাণৰ
উত্তৰ- (খ) চকুৰ ।
১৫। কাৰ সহায়ত আমাৰ ইন্দ্ৰিয়বোৰে কাম কৰে?
(ক) ৰশ্মিৰ
(খ) লেন্ছৰ
(গ) স্নায়ুতন্ত্ৰৰ
উত্তৰ- (গ) স্নায়ুতন্ত্ৰৰ ।
১৬। কিমান চনৰ পিছত পেষ্টুৰে বেমাৰৰ কাৰণবোৰ জানিবলৈ ব্য়াপক অনুসন্ধান চলায়?
(ক) ১৭৬০
(খ) ১৮৭০
(গ) ১৯৮০
উত্তৰ- (খ) ১৮৭০ ।
১৭। কিমান চনত ৰ’বাৰ্ট কখে শলখা বেমাৰ জন্মোৱা বেক্টেৰিয়াটো বিচাৰি পাইছিল?
(ক) ১৬৯০
(খ) ১৭৯৯
(গ) ১৮৭৬
উত্তৰ- (গ) ১৮৭৬ ।
১৮। ৰেটিনাৰ স্নায়ুবোৰে উত্তেজনাৰ বাতৰি কাৰ লয় পঠিয়ায়?
(ক) দেহলৈ
(খ) শৰীৰলৈ
(গ) মগজুলৈ
উত্তৰ- (গ) মগজুলৈ ।
১৯। ৰেটিনাত থকা স্নায়ুবোৰে কাক সৃষ্টি কৰে?
(ক) ৰশ্মিক
(খ) স্নায়ুতন্ত্ৰক
(গ) উত্তেজনাক
উত্তৰ- (গ) উত্তেজনাক ।
২০। বেক্টেৰিয়াবোৰে বেমাৰ বঢ়াব নোৱাৰে, বৰঞ্চ বেমাৰটো প্ৰতিৰোধ কৰাত ক্ষমতা বৃদ্ধি কৰে এইটো পেষ্টুৰে কিমান চনত আৱিষ্কাৰ হৈছিল?
(ক) ১৭৮৭
(খ) ১৮৭৯
(গ) ১৬৯০
উত্তৰ- (খ) ১৮৭৯ ।
Type by- Bikul Mandal