Chapter-11
চক্ৰধ্বজ সিংহ
1) কোনজন ৰজাৰ দিনত ব্ৰক্ষ্মপুত্ৰৰ উওৰপাৰৰ আৰু দক্ষিণপাৰৰ মোগল আৰু আহোম ৰাজ্যৰ নিৰ্ধাৰণ কৰা হয়?
(ক) চক্ৰধ্বজ সিংহ
(খ) জয়ধ্বজ সিংহ
(গ) চুহুংমুং
উত্তৰ- (খ) জয়ধ্বজ সিংহ ।
2) কিমান খ্ৰি.ত ব্ৰক্ষ্মপুত্ৰৰ উওৰপাৰৰ আৰু দক্ষিণপাৰৰ মোগল আৰু আহোম ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰে?
(ক) ১৬৪৭ খ্ৰি.ত
(খ) ১৬৫৯ খ্ৰি.ত
(গ) ১৬৬৩ খ্ৰি.ত
উত্তৰ- (গ) ১৬৬৩ খ্ৰি.ত ।
3) উওৰ পাৰৰ আৰু দক্ষিণপাৰৰ চুক্তি কাৰ কাৰ মাজত হৈছিল?
(ক) জয়ধ্বজ সিংহ আৰু মিৰজুমলাৰ
(খ) চক্ৰধ্বজ সিংহ আৰু চুহুংমুং
(গ) চুচেংফা আৰু চুহুংমং
উত্তৰ- (ক) জয়ধ্বজ সিংহ আৰু মিৰজুমলাৰ ।
4) বানচঙ্গীয়া নগা আৰু মিৰিবিলাকে কাৰ লগ হৈ আহোম ৰাজ্য আক্ৰমণ কৰে?
(ক) চৈয়দ ফিৰোজখাঁৰ
(খ) চৈয়দ চানা
(গ) ডফলাৰ
উত্তৰ- (গ) ডফলাৰ ।
5) ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি কোনে কৈছিল?
(ক) লাচিত বৰফুকন
(খ) চক্ৰধ্বজ
(গ) জয়ধ্বজ
উত্তৰ- (ক) লাচিত বৰফুকন ।
6) ‘আলাবৈ’ নামে ঠাইত কিমান খ্ৰি.ত আহোম আৰু মোগলৰ এখন যুদ্ধ লাগে?
(ক) ১৫৫৭ খ্ৰি.ত
(খ) ১৬৬৯ খ্ৰি.ত
(গ) ১৬৮৯ খ্ৰি.ত
উত্তৰ- (খ) ১৬৬৯ খ্ৰি.ত ।
7) মোগলৰ বাবে সুচল হৈ থকা যুদ্ধত আহোমে পৰাজয় বৰণ কৰি কিমান সৈন্য হেৰুৱাব লগা হৈছিল?
(ক) ১০,০০০
(খ) ৩০,০০০
(গ) ৫৫,০০০
উত্তৰ- (ক) ১০,০০০ ।
8) যুদ্ধত বহুতো সৈন্য হেৰুৱাৰ কাৰণে লাচিত বৰফুকন দুখত ভাগি পৰাত কোনে তেওঁক অনুপ্ৰেৰণা দিছিল?
(ক) চক্ৰধ্বজ
(খ) বুঢ়াগোঁহাই
(গ) বৰগোঁহাই
উত্তৰ- (খ) বুঢ়াগোঁহাই ।
9) ‘বিনা যুদ্ধে এক আঙুল মাটিও বঙালক এৰি নিদিয়া’ৰ প্ৰতিজ্ঞাত কোনে অটল হৈ আছিল?
(ক) চুন্যতফা
(খ) মোমাই তামুলী
(গ) লাচিত বৰফুকন
উত্তৰ- (গ) লাচিত বৰফুকন ।
10) চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পাছত ৰাজধানীত কোন ৰজা হয়?
(ক) চক্ৰধ্বজ
(খ) উদয়াদিত্য
(গ) ৰামসিংহ
উত্তৰ- (খ) উদয়াদিত্য ।
Type by- Bikul Mandal