Chapter- 2
খাদ্য়বস্তুৰ সংৰক্ষণ
১। শাক-পাচলি, ফল-মূল, গাখীৰ আদি ভালদৰে নাৰাখিলে কিয়?
(ক) দূষিত হয়
(খ) বেক্টেৰিয়া, ভেঁকুৰ আদি অণুজীৱবোৰ গজে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বেক্টেৰিয়া, ভেঁকুৰ আদি অণুজীৱবোৰ গজে ।
২। কিহে খোৱাবস্তু দূষিত কৰে?
(ক) বেক্টেৰিয়া, ক্লছষ্ট্ৰিডিয়াম, ছাম’নেল
(খ) ভেঁকুৰ
(গ) ক্লছষ্ট্ৰিডিয়াম, ছাম’নেল
উত্তৰ- (গ) ক্লছষ্ট্ৰিডিয়াম, ছাম’নেল ।
৩। মাছ-মাংস আৰু শাক-পাচলি খুব কম উষ্ণতাত কিমান মাহলৈ ভালদৰে ৰাখিব পাৰি?
(ক) ১-৭
(খ) ১-২
(গ) ১-৬
উত্তৰ- (খ) ১-২ ।
৪। জীৱাণুমুক্ত কৰা গাখীৰ কিহত ৰাখিব লাগে?
(ক) ছাইট্ৰিকত
(খ) পেচিয়ামত
(গ) ফ্ৰিজত
উত্তৰ- (গ) ফ্ৰিজত ।
৫। টাইফয়ড ৰোগ কিহৰ দ্বাৰা হয়?
(ক) বেক্টেৰিয়াৰ দ্বাৰা
(খ) অণুজীৱৰ দ্বাৰা
(গ) ভাইৰাছৰ দ্বাৰা
উত্তৰ- (ক) বেক্টেৰিয়াৰ দ্বাৰা ।
৬। দূষিত পানীত কি অণুজীৱ থাকে?
(ক) প্ৰ’ট’জ’ৱা
(খ) কলেৰা
(গ) ডায়েৰিয়া
উত্তৰ- (ক) প্ৰ’ট’জ’ৱা ।
৭। খোৱাপানী কিমান সময় উতলাব লাগে?
(ক) ১০-৩০
(খ) ১০-৯
(গ) ১০-২০
উত্তৰ- (গ) ১০-২০ ।
৮। আইনষ্টাইনে পোহৰ এবিধ কণিকাহে সেই কামটো কিমান চনত আৱিষ্কাৰ কৰিছিল?
(ক) ১৯০৭
(খ) ১৯০৬
(গ) ১৯০৫
উত্তৰ- (গ) ১৯০৫ ।
৯। বেক্টেৰিয়া এবিধ কি জীৱ?
(ক) বহুকোষী জীৱ
(খ) এককোষী জীৱ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) এককোষী জীৱ ।
১০। বেক্টেৰিয়া এবিধ কি?
(ক) শক্তিশালী জীৱ
(খ) সূক্ষ্ম জীৱ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সূক্ষ্ম জীৱ ।
১১। ধান, ঘেঁহু আদি বিভিন্ন ধৰণৰ শস্য় কাৰ পৰা ৰক্ষা কৰিব পাৰিলে ভালে থাকে?
(ক) পোক-পৰুৱা, এন্দুৰৰ
(খ) মানুহ, হাতী, বাঘৰ
(গ) বান্দৰ, সাপ, হৰিণৰ
উত্তৰ- (ক) পোক-পৰুৱা, এন্দুৰৰ ।
১২। বেক্টেৰিয়া আৰু ভেঁকুৰে কি উৎপন্ন কৰে?
(ক) খাদ্য়
(খ) বিষাক্ত বস্তু
(গ) বিজাণু
উত্তৰ- (খ) বিষাক্ত বস্তু ।
১৩। দূষিত খাদ্য় খালে মানুহৰ কি হ’ব পাৰে?
(ক) মৃত্য়ু
(খ) বেমাৰ
(গ) পেটৰ অসুখ
উত্তৰ- (ক) মৃত্য়ু ।
১৪। জীৱাণুমুক্ত কৰা গাখীৰ পাৰিলে ক’ত ৰাখিব লাগে?
(ক) ফ্ৰিজত
(খ) প্লাষ্টিকৰ বটলত
(গ) টিনৰ টেমাত
উত্তৰ- (ক) ফ্ৰিজত ।
১৫। বেক্টেৰিয়াৰ গাত, প্ৰাণী আৰু উদ্ভিদ উভয়ৰে কি পোৱা যায়?
(ক) বৈশিষ্ট্য়
(খ) অংশ
(গ) বিষয়
উত্তৰ- (ক) বৈশিষ্ট্য় ।
১৬। খোৱাবস্তু ভাল দৰে কি কৰি ৰাখিব লাগে?
(ক) বান্ধি
(খ) ঢাকি
(গ) সজতনে
উত্তৰ- (খ) ঢাকি ।
১৭। খোৱাবস্তুৰ ওপৰত হাঁচি বা কাঁহ মাৰিব লাগে/নালাগে?
(ক) লাগে
(খ) নালাগে
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (খ) নালাগে ।
১৮। হাঁচিয়াওতে বা কাহোঁতে ওলোৱা জীৱাণুৱে খোৱাবস্তু কি কৰে?
(ক) দূষিত কৰে
(খ) খোৱাৰ উপযোগী কৰে
(গ) নিৰ্মল কৰে
উত্তৰ- (ক) দূষিত কৰে ।
১৯। ঘূৰণীয়া পেলু, চেপেটা পেলু, ফিটা পেলু, হাকোটা পেলু আদি পেলুবোৰ কি খোৱাৰ ফলত হয়?
(ক) ভাত
(খ) দূষিত পানী
(গ) লেতেৰা খাদ্য়
উত্তৰ- (খ) দূষিত পানী ।
২০। আমি খোৱা পানী সদায় পৰিষ্কাৰ, বীজাণুমুক্ত হ’ব লাগে/নালাগে?
(ক) লাগে
(খ) নালাগে
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) লাগে ।
Type by- Bikul Mandal