সম্ৰাট হৰ্ষবৰ্দ্ধন
Chapter- 5
(১) কাৰ ষড়যন্ত্ৰত ৰাজ্যবৰ্দ্ধনৰ মৃত্যু হৈছিল ?
ক) শশাংকৰ
খ) গ্ৰহবৰ্মনৰ
গ) প্ৰভাকৰবৰ্দ্ধনৰ
উত্তৰঃ ক) শশাংকৰ।
(২) কোনে থানেশ্বৰ আৰু কনৌজ দুয়োখন ৰাজ্যকে একত্ৰিত কৰি ৰাজপাটত আৰোহণ কৰিলে ?
ক) গ্ৰহবৰ্মনে
খ) হৰ্ষবৰ্ধনে
গ) দেৱগুপ্তই
উত্তৰঃ খ) হৰ্ষবৰ্ধনে।
(৩) কিমান বছৰত হৰ্ষবৰ্ধনে ‘ৰাজপুত্ৰ শিলাদিত্য’ উপাধি গ্ৰহণ কৰিছিল ?
ক) ১৪ বছৰ বয়সত
খ) ২০ বছৰ বয়সত
গ) ১৬ বছৰ বয়সত
উত্তৰঃ গ) ১৬ বছৰ বয়সত
(৪) হৰ্ষবৰ্ধনে ক’ত ৰাজধানী পাতিছিল ?
ক) থানেশ্বৰত
খ) কনৌজত
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ খ) কনৌজত।
(৫) কাদম্বৰী, হৰ্ষচৰিত পুথিসমূহ কাৰ দ্বাৰা ৰচিত ?
ক) তলৰ এটাও নহয়
খ) হিউৱেন চাঙৰ দ্বাৰা
গ) বাণভট্টৰ দ্বাৰা
উত্তৰঃ গ) বাণভট্টৰ দ্বাৰা।
(৬) আগৰ দিনত ৰজাসকলে নিজৰ শক্তি আৰু গৌৰৱ বঢ়াবৰ বাবে কি কৰিছিল ?
ক) ৰাজ্য আক্ৰমণ কৰিছিল
খ) ৰজাই ৰজাৰ লগত কাজিয়া কৰিছিল
গ) মানুহবোৰক মাৰি ধ্বংস কৰিছিল
উত্তৰঃ ক) ৰাজ্য আক্ৰমণ কৰিছিল।
(৭) হৰ্ষবৰ্দ্ধনে কাৰ হত্যাকাৰী শশাংকক এসেকা দিবলৈ সাজু হৈছিল ?
ক) বাপেকৰ হত্যাকাৰীক
খ) ভায়েকৰ হত্যাকাৰীক
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ গ) ওপৰৰ এটাও নহয়।
(৮) শশাংকক এসেকা দিবলৈ হৰ্ষবৰ্দ্ধনৰ লগত কোনে মিত্ৰতা কৰিছিল ?
ক) পুষ্য বৰ্মনে
খ) ভাস্কৰ বৰ্মনে
গ) বাণভট্টই
উত্তৰঃ খ) ভাস্কৰ বৰ্মনে।
(৯) হৰ্ষবৰ্দ্ধনৰ দিনত ৰাজহক কেইটা ভাগত ভগোৱা হৈছিল ?
ক) ২ টা
খ) ৩ টা
গ) ৪ টা
উত্তৰঃ ক) ২ টা।
(১০) হৰ্ষবৰ্দ্ধনৰ দিনত উপাদনৰ কিমান অংশ ৰাজহ হিচাপে সংগ্ৰহ কৰা হৈছিল ?
ক) ১/৬ অংশ
খ) ১/৫ অংশ
গ) ১/৩ অংশ
উত্তৰঃ ক) ১/৬ অংশ।
(১১) হিউৱেন চাঙৰ টোকামতে ৰাজহ প্ৰধানতঃ কিমানবিধ কামত খটুওৱা হৈছিল ?
ক) ২ বিধ
খ) ৩ বিধ
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ গ) ওপৰৰ এটাও নহয়।
(১২) নালন্দা বিশ্ববিদ্যালয়ত দৈনিক খৰচৰ বাবে হৰ্ষবৰ্দ্ধনে কেইখন গাওঁ দান দিছিল ?
ক) ১৫০ খন
খ) ২০০ খন
গ) ২২০ খন
উত্তৰঃ খ) ২০০ খন।
(১৩) শীলভদ্ৰ ক’ৰ লোক আছিল ?
ক) কামপুৰৰ
খ) শিৱসাগৰৰ
গ) কামৰূপৰ
উত্তৰঃ গ) কামৰূপৰ।
(১৪) নালন্দা বিশ্ববিদ্যালয় বৰ্তমান ক’ত অৱস্থিত ?
ক) উত্তৰ প্ৰদেশত
খ) বিহাৰত
গ) জন্মু – কাশ্মীৰত
উত্তৰঃ খ) বিহাৰত।
(১৫) হৰ্ষবৰ্দ্ধন প্ৰথমে কিহৰ ভক্ত আছিল ?
ক) বিষ্ণু ভক্ত
খ) দেৱী ভক্ত
গ) শিৱ ভক্ত
উত্তৰঃ গ) শিৱ ভক্ত।
(১৬) উত্তৰ ভাৰতৰ শেষ হিন্দু সম্ভ্ৰাট কি আছিল ?
ক) হৰ্ষবৰ্দ্ধন।
খ) বিহাৰত
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ ক) হৰ্ষবৰ্দ্ধন।
(১৭) হৰ্ষবৰ্দ্ধনৰ ক’ত সীমা আছিল।
ক) বাণভট্টই
খ) সাম্ভ্ৰাজ্য়ৰ
গ) কামপুৰৰ
উত্তৰঃ খ) সাম্ভ্ৰাজ্য়ৰ।
(১৮) সিংহাসনত আৰোহণ কৰিয়ে হৰ্ষবৰ্দ্ধনে কি উপাধি লৈছিল ?
ক) বিহাৰত।
খ) বৰা।
গ) ৰাজপুত্ৰ শিলাদিত্য়।
উত্তৰঃ গ) ৰাজপুত্ৰ শিলাদিত্য়।
(১৯) শাসনৰ প্ৰাথমিক ভেটি আছি গাঁও। গাঁওবোৰ কোনে শাসন কৰিছিল ?
ক) গ্ৰামিকসকলে
খ) থানেশ্বৰত
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ ক) গ্ৰামিকসকলে
(20) হৰ্ষবৰ্দ্ধনৰ দিনত ৰাজহক দুটা ভাগত ভগোৱা হৈছিল। সেই ভাগ দুটা কি কি ?
ক) ৱালি আৰু ভাগ।
খ) মাটি বা ভাগ।
গ) ওপৰৰ এটাও নহয়।
উত্তৰঃ ক) ৱালি আৰু ভাগ।