Chapter- 10
মোমাই তামুলী বৰবৰুৱা
১) আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱাৰ নাম কি?
(ক) মোমাই তামুলী
(খ) শুকুতি
(গ) প্ৰতাপসিংহ
উত্তৰ- (ক) মোমাই তামুলী ।
২) মোমাই তামুলী বৰবৰুৱাৰ পিতৃ নাম কি?
(ক) মোমাই নাজিৰা
(খ) মোমাই চিংগ
(গ) মোমাই ন্যেচাংগ
উত্তৰ- (গ) মোমাই ন্যেচাংগ ।
৩) বন্ধাৰ অৰ্থ কি?
(ক) কৰ্মপটু
(খ) বাধ্যক্ৰমে থকা ভৃত্য
(গ) বিশেষ কাৰণত চকুৰোৱা
উত্তৰ- (খ) বাধ্যক্ৰমে থকা ভৃত্য ।
৪) তাই ভাষাত মোমাই অৰ্থ কি?
(ক) তামোল পৰিষ্কাৰ কৰা
(খ) জ্বাৱৰ পৰিষ্কাৰ কৰা
(গ) কামত কৰ্মপটু
উত্তৰ- (ক) তামোল পৰিষ্কাৰ কৰা ।
৫) মোমাই ন্যেচাংগৰ কৰ্মদক্ষতা দেখি প্ৰতাপসিংহই তেওঁক কেইটা পদেৰে পুৰস্কৃত কৰিছিল?
(ক) এটা
(খ) দুটা
(গ) তিনিটা
উত্তৰ- (গ) তিনিটা ।
৬) কিমান খ্ৰিষ্টাব্দত মোমাই ন্যেচাংগ বৰবৰুৱা পদত অধিষ্ঠিত কৰালে?
(ক) ১৫৮৯ খ্ৰি.ত
(খ) ১৫১৮ খ্ৰি.ত
(গ) ১৬৫৯ খ্ৰি.ত
উত্তৰ- (খ) ১৫১৮ খ্ৰি.ত ।
৭) কিমান খ্ৰিষ্টাব্দত মোগল সেনাপতি আহা্লায়াৰ খাঁৰ লগত এখন সন্ধি কৰিছিল?
(ক) ১৫৪৬ খ্ৰি.ত
(খ) ১৬৩৪ খ্ৰি.ত
(গ) ১৬৩৯ খ্ৰি.ত
উত্তৰ- (গ) ১৬৩৯ খ্ৰি.ত ।
৮) বৰ্তমান কোনটো পথ অসুৰৰ আলি নামেৰে জনাজাত আছিল?
(ক) ৰাজগড়
(খ) জবকাৰ
(গ) মেচাগড়
উত্তৰ- (ক) ৰাজগড় ।
৯) আধুনিক গাওঁ নিৰ্মাণৰ বাটকটীয়া জনক কোন?
(ক) বৰগোহাঁই
(খ) প্ৰতাপসিংহ
(গ) মোমাই ন্যেচাংগ
উত্তৰ- (গ) মোমাই ন্যেচাংগ ।
১০) যাত্ৰায়তৰ সুবিধাৰ বাবে মোমাই তামুলী বৰবৰুৱাই কেইটা আলি সাজি উলিয়াইছিল?
(ক) দুটা
(খ) চাৰিটা
(গ) পাচঁটা
উত্তৰ- (গ) পাচঁটা ।
১১) স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাক কি নামেৰে জনা গৈছিল?
(ক) ‘নামছলা ৰজা’
(খ) কৰ্মপটু ৰজা
(গ) লুখুৰাসনীয়া ৰজা
উত্তৰ- (ক) ‘নামছলা ৰজা’ .
১২) স্বৰ্গদেউ প্ৰতাপসিংহই ‘বৰবৰুৱা’ আৰু ‘বৰফুকন’ নামৰ কেইটা পদবীৰ সৃষ্টি কৰিছিল?
(ক) এটা
(খ) দুটা
(গ) তিনিটা
উত্তৰ- (খ) দুটা ।
Type by- Bikul Mandal