১। কপাৰ ছালফেট এবিধ কি পদাৰ্থ ?
(ক) ৰঙা
(খ) নীলা
(গ) হালধীয়া
উত্তৰ- (খ) নীলা ।
২। পৰিৱৰ্তন কেই প্ৰকাৰৰ ?
(ক) দুই
(খ) তিনি
(গ) চাৰি
উত্তৰ- (ক) দুই ।
৩। যি পৰিৱৰ্তনত নতুন পদাৰ্থ সৃষ্টি হয় তাকে কি বোলে ?
(ক) ভৌতিক পৰিৱৰ্তন
(খ) ৰাসায়নিক পৰিৱৰ্তন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ৰাসায়নিক পৰিৱৰ্তন ।
৪। কিহৰ পৰা মামৰ উৎপন্ন হয় ?
(ক) কাৰ্বন ডাইঅক্সাইড ৰ
(খ) আইৰণ আৰু অক্সিজেন ৰ
(গ) ছডিয়াম হাইড্ৰ’জেন কাৰ্বনেট ৰ
উত্তৰ- (খ) আইৰণ আৰু অক্সিজেন ৰ ।
৫। চূণ পানীত কেলছিয়াম কি থাকে ?
(ক) অক্সিজেন
(খ) হাইড্ৰক্সাইড
(গ) কাৰ্বন ডাইঅক্সাইড
উত্তৰ- (খ) হাইড্ৰক্সাইডয।
৬। ফেৰাছ ছালফেট নামৰ পদাৰ্থবিধৰ বৰণ কি ?
(ক) পাতল হালধীয়া
(খ) পাতল সেউজীয়া
(গ) ৰঙা
উত্তৰ- (খ) পাতল সেউজীয়া ।
৭। বেলা ৰুটীখন ভাজিলে কি পৰিৱৰ্তন ঘটে ?
(ক) ৰাসায়নিক পৰিৱৰ্তন
(খ) ভৌতিক পৰিৱৰ্তন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ৰাসায়নিক পৰিৱৰ্তন ।
৮। আনহাতে খাদ্য হজম হোৱা প্ৰক্ৰিয়াটোক কি উৎপন্ন হয় ?
(ক) ঠাণ্ডা
(খ) তাপ
(গ) বায়ু
উত্তৰ- (খ) তাপ ।
৯।ছডিয়াম হাইড্ৰ’জেন কাৰ্বনেট ৰ মাজত বিক্ৰিয়া ঘটিলে কি উৎপন্ন হয় ?
(ক) অক্সিজেন
(খ) কাৰ্বন ডাইঅক্সাইড
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) কাৰ্বন ডাইঅক্সাইড ।
১০। ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থ সৃষ্টি ?
(ক) হয়
(খ) নহয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) হয় ।
১১। ভিনেগাৰত কি এছিড থাকে ?
(ক) লেক্টিক এছিড
(খ) মেলিক এছিড
(গ) এছেটিক এছিড
উত্তৰ- (গ) এছেটিক এছিড ।
১২. নতুন পদাৰ্থৰ সৃষ্টি হোৱাৰ পৰিৱৰ্তন হ’ল ?
(ক) ৰাসায়নিক
(খ) ভৌতিক
(গ) আইৰণ
উত্তৰ- (ক) ৰাসায়নিক ।
১৩. সংপৃক্ত দ্ৰৱৰপৰা দ্ৰাৱ পৃথক হোৱা প্ৰক্ৰিয়াটোৰ কি বোলে ?
(ক) ক্ৰিষ্টেলীভৱন
(খ) ভৌতিক পৰিৱৰ্তন
(গ) গেছ বোলে
উত্তৰ- (ক) ক্ৰিষ্টেলীভৱন ।
১৪. ৰাসায়নিক পৰিৱৰ্তনৰ ক্ষেত্ৰ ত কোনটো শুদ্ধ নহয় ?
(ক) বৰণৰ পৰিৱৰ্তন হ’ব পাৰে
(খ) তাপ শোষিত হ’ব পাৰে
(গ) অকল অৱস্থাৰৰ পৰিৱৰ্তন ঘটে
উত্তৰ- (ক) বৰণৰ পৰিৱৰ্তন হ’ব পাৰে ।
১৫. পানী বাষ্পীভূত হয়, ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন ?
(ক) ৰাসায়নিক
(খ) ভৌতিক
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ৰাসায়নিক ।
১৬. ভৌতিক পৰিৱৰ্তন ঘটিব যদি-
(ক) কাগজ জ্বলোৱা হয়
(খ) এল পি জি জ্বলোৱা হয়
(গ) চূণত পানী যোগ কৰা হয়
উত্তৰ- (ক) কাগজ জ্বলোৱা হয় ।
১৭. খাদ্য হজম হৈছে , ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন ?
(ক) তলৰ এটাও নহয়
(খ) ৰাসায়নিক
(গ) ভৌতিক
উত্তৰ- (খ) ৰাসায়নিক ।
১৮. ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন একেলগে ঘটিব যদি-
(ক) মমবাতি জ্বলোৱা হয়
(খ) মেগনেছিয়াম জ্বলোৱ হয়
(গ) বৰফ গলে
উত্তৰ- (খ) মেগনেছিয়াম জ্বলোৱ হয় ।
১৯. সালােকসংশ্লেষণত তাপ _______ হয় ?
(ক) উৎপন্ন
(খ) বাঢ়ে
(গ) পাতল সেউজীয়া
উত্তৰ- (ক) উৎপন্ন ।
২০. ভৌতিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি হয়নে ?
(ক) হয়
(খ) নহয়
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (খ) নহয় ।
Type by- Bikul Mandal