Chapter- 18
বৰ্জিত পানীৰ ব্যৱস্থাপনা
১. বৰ্জিত পানী পৰিশেধন কেন্দ্ৰত কেইটা পৰ্যায়ত পানী শোধিত কৰা হয় ?
(ক) পাঁচটা
(খ) চাৰিটা
(গ) তিনিটা
উত্তৰ- (গ) তিনিটা ।
২. স্নায়ৱিক ৰোগবিধৰ নাম কি ?
(ক) বেক্টেৰিয়া
(খ) ক’ৰনা
(গ) মিনামাটা
উত্তৰ- (গ) মিনামাটা ।
৩. মহ, মাখি আদিয়ে কণী পাৰি পৰিবেশ কি কৰি তোলে ?
(ক) স্বাস্থ্যকৰ
(খ) অস্বাস্থ্যকৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অস্বাস্থ্যকৰ ।
৪. সকলো ধৰণৰ কৃষিৰ কাৰ্যৰ বাবে পানীৰ প্ৰয়োজন ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
৫. জৈৱ গেছবোৰ ইন্ধন বিচাপে উৎপাদন ব্যৱহাৰ কৰিব ?
(ক) নোৱাৰি
(খ) পাৰি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) পাৰি ।
৬. বৰ্জিত পানীৰ কাৰণে বায়ু,জল আৰু স্থল-সকলোতে প্ৰদূষন হ’ব পাৰে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
৭. কুৱা, দমকল আদিৰ পৰা কি পোৱা যায় ?
(ক) বায়ু
(খ) পানী
(গ) মাটি
উত্তৰ- (খ) পানী ।
৮.বৰ্জিত পানী পোনৰ ব্যৱহাৰ কৰিব ?
(ক) পাৰি
(খ) নোৱাৰি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) পাৰি ।
৯. আৱৰ্জনা মূলত: কেইধৰণৰ ?
(ক) দুইধৰণৰ
(খ) তিনিধৰণৰ
(গ) চাৰিধৰণৰ
উত্তৰ- (ক) দুইধৰণৰ ।
১০. বাঁহৰ পৰা কি উৎপাদন হয় ?
(ক) কাপোৰ
(খ) কাগজ
(গ) খাদ্য
উত্তৰ- (খ) কাগজ ।
১১. বৰ্জিত পানী হ’ল —-
(ক) বিশুদ্ধ পানী
(খ) এবাৰ ব্যৱহৃ পানী
(গ) পৃষ্ঠ জল
উত্তৰ- (খ) এবাৰ ব্যৱহৃ পানী ।
১২. ঘৰুৱা কাম-কাজৰপৰা উৎপাদিত বৰ্জিত পানীক কি বোলে ?
(ক) পুতি জল
(খ) পুতি বা গেদ
(গ) অধঃক্ষেপ
উত্তৰ- (ক) পুতি জল ।
১৩. কলেৰা ৰোগৰ বীজানু ক’ত থাকে ?
(ক) পানীত
(খ) মাটিত
(গ) দেহত
উত্তৰ- (ক) পানীত ।
১৪. বৰ্জিত পানীৰ উপযুক্ত ব্যৱস্থাপনা নাথাকিলে কি হ’ব পাৰে ?
(ক) ৰোগ
(খ) জল-প্ৰদূষণ
(গ) পানী যোগান ব্যৱস্থা প্ৰদূষিত
উত্তৰ- (ক) ৰোগ ।
১৫. তলৰ কোনটো পানী শোধনৰ যান্ত্ৰিক পদ্ধতি ?
(ক) উলম্ব দণ্ডবোৰ
(খ) বাতায়ন কক্ষই
(গ) অৱক্ষেপণ টেংকে
উত্তৰ- (গ) অৱক্ষেপণ টেংকে ।
১৬. পানী শোধনৰ _________ পৰ্যায়ত জৈৱ-অশুদ্ধি দূৰ কৰা হয় ?
(ক) প্ৰথম
(খ) দ্বিতীয়
(গ) তৃতীয়
উত্তৰ- (ক) প্ৰথম ।
১৭. তলৰ ছবিখনত মানুহজনীয়ে কি কাম কৰি আছে ?
(ক) নাচি আছে
(খ) বাচন ধুই আছে
(গ) হাত ধুই আছে
উত্তৰ- (গ) হাত ধুই আছে ।
১৮. পানী পৰিশোধন প্ৰক্ৰিয়াটোক কি বুলি জনা যায় ?
(ক) ৰাসায়ণিক প্ৰক্ৰিয়া
(খ) ভৌতিক প্ৰক্ৰিয়া
(গ) যান্ত্ৰিক প্ৰক্ৰিয়া
উত্তৰ- (গ) যান্ত্ৰিক প্ৰক্ৰিয়া ।
১৯. প্ৰাথমিক পৰ্যায়ৰ শোধনৰ তলিত জমা হোৱা গোটা অশুদ্ধিবোৰক কি বোলা হয় ?
(ক) গেদ
(খ) পুতি
(গ) পানীৰ আৰ্ৱজনা বোলা হয়
উত্তৰ- (ক) গেদ ।
২০. নদ-নদী, মহাসাগৰ আদিত জাঁৱৰ-জোথৰ পেলাব লাগে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (খ) অশুদ্ধ ।
Type by- Bikul Mandal