Chapter- 3
প্ৰাগ্জ্যোতিষ ৰাজ্যৰ প্ৰখ্যাত ৰজাসকল
1) প্ৰাগ্জ্যোতিষ ৰাজ্য কাৰ অধীনত আছিল?
(ক) কিৰাত
(খ) ৰত্ন
(গ) হটক
উত্তৰ- (ক) কিৰাত ।
2) মহীৰংগ দানৱ কি জাতিৰ লোক?
(ক) শাক্ত
(খ) কিৰাত
(গ) আহোম
উত্তৰ- (খ) কিৰাত ।
3) প্ৰাগ্জ্যোতিষত কেইজন অসুৰে ৰাজত্ব কৰিছিল?
(ক) এজন
(খ) দুজন
(গ) তিনিজন
উত্তৰ- (গ) তিনিজন ।
4) নৰকাসুৰে কাৰ গৰ্ভত জন্ম লাভ কৰিছিল?
(ক) ভূমিদেৱী
(খ) কামদেৱী
(গ) মনসাদেৱী
উত্তৰ- (ক) ভূমিদেৱী ।
5) ভূমিদেৱীৰ আন এটা নাম কি?
(ক) ৰুক্মিণী
(খ) কাত্যায়নী
(গ) অশ্বক্লান্তী
উত্তৰ- (খ) কাত্যায়নী ।
6) দৈত্য-বংশী মহাদানী বলিৰ পুত্ৰ বুলি কাক জনা যায়?
(ক) বজ্ৰদত্ত
(খ) ভীষ্মক
(গ) বাণ ৰজা
উত্তৰ- (গ) বাণ ৰজা ।
7) ভগদত্তৰ মৃত্যৰ পিছত কোন ৰজা হয়?
(ক) বজ্ৰদত্ত
(খ) অশ্বমেধ
(গ) নৰকাসুৰ
উত্তৰ- (ক) বজ্ৰদত্ত ।
8) নৰক ৰজাই কুকুৰাটোক কটা ঠাইডোখৰক কি বুলি জনা যায়?
(ক) কুকুৰাটকী
(খ) কুকুৰাকটা
(গ) কুকুৰাখোৱা
উত্তৰ- (খ) কুকুৰাকটা ।
9) ভাৰতৰ ভিতৰত বিখ্যাত ৰজাজনৰ নাম কি?
(ক) ভগদত্ত
(খ) নৰক
(গ) বজ্ৰদত্ত
উত্তৰ- (ক) ভগদত্ত ।
10) ভগদত্তৰ জীয়েকক কাৰ লৈ বিয়া দিছিলে?
(ক) অনিৰুধলৈ
(খ) দুৰ্য্যোধনলৈ
(গ) অৰ্জুন
উত্তৰ- (খ) দুৰ্য্যোধনলৈ ।
11) বাণৰজাৰ জীয়েকৰ নাম কি?
(ক) ঊষা
(খ) চিত্ৰলেখা
(গ) ৰুক্মিণী
উত্তৰ- (ক) ঊষা ।
12) ঊষাৰ সখীয়েকৰ নাম কি?
(ক) কুমাৰী
(খ) চিত্ৰলেখা
(গ) অলিখা
উত্তৰ- (খ) চিত্ৰলেখা ।
13)বভ্ৰুবাহন কাৰ পুত্ৰ?
(ক) অৰ্জুন
(খ) ভীষ্ম
(গ) কৰ্ণ
উত্তৰ- (ক) অৰ্জুন ।
14) প্ৰাচীন হিড়িমাবাপুৰৰ ৰজাজনৰ নাম কি?
(ক) বভ্ৰুবাহন
(খ) ঘটোৎকচ
(গ) কুণ্ডিল
উত্তৰ- (খ) ঘটোৎকচ ।
15) অনিৰুদ্ধই কাক বিয়া কৰায়?
(ক) ঊষা
(খ) চিত্ৰলেখা
(গ) ৰুক্মিণী
উত্তৰ- (ক) ঊষা ।
16) ভগদত্তৰ জীয়েকৰ নাম কি?
(ক) চিত্ৰলেখা
(খ) ভানুমতী
(গ) ৰুক্মী
উত্তৰ- (খ) ভানুমতী ।
Type by- Bikul Mandal