Chapter- 14
পুৰণি অসমীয়া বস্ত্ৰ
১। অতীজৰেপৰা কোনে বোৱা-কটাত পাকৈত?
(ক) মণিপুৰৰ শিপিনীসকল
(খ) অসমৰ শিপিনীসকল
(গ) এটাও নহয়
উত্তৰ- (খ) অসমৰ শিপিনীসকল ।
২। কাপোৰ একোখন অধিক ধুনীয়া দেখাবৰ বাবে শিপিনীসকলে কি কৰিছিল?
(ক) সুন্দৰকৈ ফুল বাছিছিল
(খ) উকা কৰি ৰাখিছিল
(গ) এটাও নহয়
উত্তৰ- (ক) সুন্দৰকৈ ফুল বাছিছিল
৩। কাপোৰত ফুল তুলিবৰ বাবে শিপিনীসকলে কি কৰিছিল?
(ক) সপোন ৰচিছিল
(খ) ফুলৰ চানেকি তৈয়াৰ কৰি লৈছিল
(গ) এটাও নহয়
উত্তৰ- (খ) ফুলৰ চানেকি তৈয়াৰ কৰি লৈছিল ।
৪। মোগলসকলে অসম আক্ৰমণ কৰাৰ সময়ত আহোম ৰজা কোন আছিল?
(ক) জয়ধ্বজ সিংহ
(খ) চক্ৰধ্বজ সিংহ
(গ) এটাও নহয়
উত্তৰ- (ক) জয়ধ্বজ সিংহ ।
৫। মোগলসকলে অসম আক্ৰমণ কৰাৰ সময়ত মোগলৰ সেনাপতি কোন আছিল?
(ক) মিৰজুমলা
(খ) লাচিত বৰফুকন
(গ) এটাও নহয়
উত্তৰ- (ক) মিৰজুমলা ।
৬। ফ্ৰাচেংমুঙৰ পত্নীৰ নাম কি আছিল?
(ক) কনকলতা
(খ) মূলাগাভৰু
(গ) এটাও নহয়
উত্তৰ- (খ) মূলাগাভৰু ।
৭। পাকৈত শব্দৰ অৰ্থ কি?
(ক) পাৰ্গত, কামত নিপুণ
(খ) কাপোৰ
(গ) এটাও নহয়
উত্তৰ- (ক) পাৰ্গত, কামত নিপুণ ।
৮। অসমৰ বিষয়ে বিৱৰণ থকা চিহাবুদ্দিন তালিছৰ গ্ৰন্থখনৰ নাম কি?
(ক) ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়াম
(খ) ফাথিয়া-ই-ইব্ৰিয়া
(গ) এটাও নহয়
উত্তৰ- (খ) ফাথিয়া-ই-ইব্ৰিয়া ।
৯।বয়ন শিল্প অসমৰ এক কি শিল্প?
(ক) কুটীৰ শিল্প
(খ) জাতীয় শিল্প
(গ) এটাও নহয়
উত্তৰ- (ক) কুটীৰ শিল্প ।
১০। ‘বৃন্দাবন’ শব্দটো ভাঙিলে এনে হ’ব
(ক) ব্+ঋ+ণ+ড্+আ+ব্+অ+ন্
(খ) ব্+ঋ+ন্+দ্+আ+ব্+অ+ন্
(গ) এটাও নহয়
উত্তৰ- (খ) ব্+ঋ+ন্+দ্+আ+ব্+অ+ন্ ।