Chapter- 16
পানী: এক অমূল্য সম্পদ
১। পৃথিৱীপৃষ্ঠৰ প্ৰায় কিমান পানীয়েই সাগৰ-মহাসাগৰ থাকে ?
(ক) 85%
(খ) 99%
(গ) 97%
উত্তৰ- (গ) 97% ।
২। আমাৰ পৃথিৱী-পৃষ্ঠৰ কিমান পানীয়ে আৱৰি আছে ?
(ক) চাৰিভাগৰ তিনিভাগ
(খ) চাৰিভাগৰ দুইভাগ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) চাৰিভাগৰ তিনিভাগ ।
৩। পানীৰ ভৌতিক অৱস্থা কেইটা ?
(ক) তিনিটা
(খ) চাৰিটা
(গ) পাঁচটা
উত্তৰ- (ক) তিনিটা ।
৪। পানীৰ উৎসমূহক কেইধৰণে ভগাব পাৰি ?
(ক) চাৰিধৰণে
(খ) তিনিধৰণে
(গ) দুইধৰণে
উত্তৰ- (গ) দুইধৰণে ।
৫। আমাৰ দেশখনৰ নাম কি ?
(ক) চাইনা
(খ) ভাৰতবৰ্ষ
(গ) শ্ৰী লংকা
উত্তৰ- (খ) ভাৰতবৰ্ষ ।
৬। পৃথিৱীৰ সকলো ঠাইতে সমানে বৰষুণ হয় ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অশুদ্ধ ।
৭। একেৰাহে বহুদিন বৰষুণ নিদিয়া অৱস্থাক কি বোলে ?
(ক) জলচক্ৰ বোলে
(খ) অনাবৃষ্ট বোলে
(গ) জলবায়ু বোলে
উত্তৰ- (খ) অনাবৃষ্ট বোলে ।
৮। তথ্যমতে, কিমান চনৰ ভিতৰত গোটেই পৃথিৱীৰ প্ৰায় দুশ নিযুত লোক পানীৰ অভাৱত পৰিব ?
(ক) 2023
(খ) 2024
(গ) 2025
উত্তৰ- (গ) 2025 ।
৯। ভূ-পৃষ্ঠৰ সমস্ত জলৰায়সি কিহৰ যোগেদি পুলৰাৱৰ্তন হৈ থাকে ?
(ক) জলবায়ু
(খ) জলচক্ৰ
(গ) জলীয় বাষ্প
উত্তৰ- (খ) জলচক্ৰ ।
১০। বিভিন্ন কামৰ বাবে এজন ব্যক্তিক দৈনিক কিমান লিটাৰমান পানীৰ প্ৰয়োজন হয় ?
(ক) 30 লিটাৰ
(খ) 50 লিটাৰ
(গ) 70 লিটাৰ.
উত্তৰ- (খ) 50 লিটাৰ ।
১১। তলৰ কোনটো পানীৰ ভৌতিক অৱস্থা নহয় ?
(ক) বৰফ
(খ) নিয়ৰ
(গ) ধোঁৱা
উত্তৰ- (গ) ধোঁৱা ।
১২। উদ্যোগত পানীৰ ব্যৱহাৰ হ’ল —–
(ক) কেঁচা সামগ্ৰী হিচাপে
(খ) দ্ৰাৱক হিচাপে
(গ) শীতলকাৰক হিচাপে
উত্তৰ- (খ) দ্ৰাৱক হিচাপে ।
১৩। পানী সংৰক্ষণৰ এটা পদ্ধতি হ’ল —–
(ক) বৰ্ধিত কাৰ্য
(খ) বনাঞ্চল ধ্বংসকৰণ
(গ) কৃষি কাৰ্য
উত্তৰ- (খ) বনাঞ্চল ধ্বংসকৰণ ।
১৪। পানীৰ তিনিওটা ভৌতিক অৱস্থাই ________ (উভমুখী/একমুখী)
(ক) একমুখী
(খ) উভমুখী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) একমুখী ।
১৫।পানী কিমান উষ্ণতাত গৰম হয় ?
(খ) 0°C
(খ) 10°C
(গ) 100°C
উত্তৰ- (খ) 0°C ।
১৬। বৰষুণেই হ’ল পানীৰ মূল উৎস ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অশুদ্ধ ।
১৭। দমকলেৰে পানী উঠালে ভূ-জলস্তৰৰ কোনো ক্ষতি নহয় ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) শুদ্ধ ।
১৮। নদীৰ পানী গতি নিয়ন্ত্ৰণ আৰু বিতৰণৰ বাবে কি নিৰ্মাণ কৰা হয় ?
(ক) কুৱাঁ
(খ) বান্ধ
(গ) দমকল
উত্তৰ- (খ) বান্ধ ।
১৯। তলৰ কোনটো নাটনিৰ কাৰণ নহয় ?
(ক) উদ্যোগজাত বিকাশ
(খ) পানীৰ উৎসসমূহৰ অপৰিকল্পিত ব্যৱস্থাপনা
(গ) প্ৰচুৰ বৰষুণ
উত্তৰ- (গ) প্ৰচুৰ বৰষুণ ।
২০। প্ৰচু তলৰ ছবিখনৰ A টো শুদ্ধ নে B টো?
(ক) A টো
(খ) B টো
উত্তৰ- (খ) B টো ।
Type by- Bikul Mandal