Chapter- 2
জয়মতী কুঁৱৰী
১। বায়েক ৰত্নাই উচ্চস্বৰে গাই থকা গানটো কোনে কাণ পাতি শুনিলে?
(ক) জয়মতীয়ে
(খ) তগৰে
(গ) এটাও নহয়
উত্তৰ- (খ) তগৰে ।
২। তগৰে ভিতৰত কি কিতাপ পঢ়ি আছিল?
(ক) গানৰ কিতাপ
(খ) সাধু কিতাপ
(গ) এটাও নহয়
উত্তৰ- (খ) সাধু কিতাপ ।
৩। ৰত্না কিহৰ মাজত মচগুল হৈ আছিল?
(ক) গানৰ মাজত
(খ) নৃত্য়ৰ মাজত
(গ) এটাও নহয়
উত্তৰ- (ক) গানৰ মাজত ।
৪। ৰত্নাই গাই থকা গানটোত কাৰ কথা কোৱা হৈছে?
(ক) লুইতৰ কথা
(খ) জয়মতী কুুঁৱৰীৰ কথা
(গ) এটাও নহয়
উত্তৰ- (খ) জয়মতী কুুঁৱৰীৰ কথা ।
৫। ৰত্নাই গাই থকা গীতটো কোনে ৰচনা কৰিছিল?
(ক) জ্য়োতিপ্ৰসাদ আগৰৱালা
(খ) লক্ষ্মীনাথ বেজবৰুৱা
(গ) এটাও নহয়
উত্তৰ- (ক) জ্য়োতিপ্ৰসাদ আগৰৱালা ।
৬। প্ৰথম অসমীয়া বোলছবি খনৰ নাম কি?
(ক) পদুম কুঁৱৰী
(খ) জয়মতী
(গ) এটাও নহয়
উত্তৰ- (খ) জয়মতী ।
৭। জয়মতী কুঁৱৰীয়ে কাৰ লগত বিয়া হৈছিল?
(ক) গদাপাণিৰ লগত
(খ) লাইথেপেনা বৰগোহাঞিৰ লগত
(গ) এটাও নহয়
উত্তৰ- (ক) গদাপাণিৰ লগত ।
৮। নিৰ্মাণ শব্দৰ অৰ্থ কি?
(ক) নীৰৱ
(খ) প্ৰস্তুত কৰা কাৰ্য
(গ) এটাও নহয়
উত্তৰ- (খ) প্ৰস্তুত কৰা কাৰ্য ।
৯। মৌন শব্দৰ অৰ্থ কি?
(ক) প্ৰকৃত; প্ৰধান
(খ) নীৰৱ
(গ) এটাও নহয়
উত্তৰ- (খ) নীৰৱ ।
১০। কীৰিতি শব্দৰ অৰ্থ কি?
(ক) যশ; খ্য়াতি
(খ) মোহিত
(গ) এটাও নহয়
উত্তৰ- (ক) যশ; খ্য়াতি ।
Type by- Bikul Mandal