Chapter- 9
চুচেংফা বা প্ৰতাপসিংহ
১) কিমান খ্ৰিষ্টাব্দত চুচেংফাই আহোম ৰাজপাটত উঠিছিল?
(ক) ১৫৮৯ খ্ৰি.ত
(খ) ১৬০৩ খ্ৰি.ত
(গ) ১৬৫৯ খ্ৰি.ত
উত্তৰ- (খ) ১৬০৩ খ্ৰি.ত ।
২) চুচেংফাক কিয় বুদ্ধি স্বৰ্গনাৰায়ণ নামেৰে জানিছিল?
(ক) ধৈৰ্য্য, সাহস আৰু বুদ্ধিৰ
(খ) শক্তিশালী, মনোবৃদ্ধি
(গ) বিচক্ষণতা, দূৰদৰ্শিতা
উত্তৰ- (ক) ধৈৰ্য্য, সাহস আৰু বুদ্ধিৰ ।
৩) কোনজন আহোম ৰজাৰ ৰাজত্ব কালত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হৈছিল?
(ক) চুহুংমুঙ
(খ) লাঙ্গী গোহাঁই
(গ) প্ৰতাপসিংহ
উত্তৰ- (গ) প্ৰতাপসিংহ ।
.
৪) প্ৰতাপসিংহৰ ৰাজত্বকালত কেইটা আলি বা পথৰ নিৰ্মাণ কৰিছিল?
(ক) ১১ টা
(খ) ১৪ টা
(গ) ২০ টা
উত্তৰ- (ক) ১১ টা ।
৫) তাঁতীসকলক বসবাসৰ উপযোগী নিগাজীকৈ থকাৰ ব্যৱস্থা কৰা ঠাইখনৰ নাম?
(ক) মৈদাম
(খ) শুৱালকুছিত
(গ) ৰামদিয়াত
উত্তৰ- (খ) শুৱালকুছিত ।
৬) তেলীসকলক বসবাসৰ উপযোগী নিগাজীকৈ থকাৰ ব্যৱস্থা কৰি দিয়া ঠাইখনৰ নাম?
(ক) শুৱালকুছিত
(খ) মৈদাম
(গ) ৰামদিয়াত
উত্তৰ- (গ) ৰামদিয়াত ।
৭) শুৱালকুছি কিহৰ বাবে বিখ্যাত?
(ক) উন্নত যন্ত্ৰ-পাতিৰ
(খ) তাঁতশালৰ কাপোৰ
(গ) ব্যৱসায় ক্ষেত্ৰত
উত্তৰ- (ক) উন্নত যন্ত্ৰ-পাতিৰ ।
৮) আহোম ৰাজ্যৰ প্ৰথম বৰবৰুৱা জনৰ নাম কি?
(ক) মোমাই তামুলী
(খ) বুঢ়াগোহাঁই
(গ) প্ৰতাপসিংহ
উত্তৰ- (ক) মোমাই তামুলী ।
৯) অসমৰ প্ৰথম জন বৰফুকনৰ নাম কি?
(ক) ৰহীয়াল
(খ) লাঙ্গী পানীসিয়া
(গ) কাজলীমুখীয়া
উত্তৰ- (খ) লাঙ্গী পানীসিয়া ।
১০) কোনজন ৰজাই গজপতি উপাধি লৈছিল?
(ক) চুহুংমুঙ
(খ) দুৰ্লভনাৰায়ণ
(গ) প্ৰতাপসিংহ
উত্তৰ- (খ) দুৰ্লভনাৰায়ণ ।
Type by- Bikul Mandal