Chapter- 11
গতি আৰু সময়
১. এই কেইবিধ বাহনৰ ভিতৰত কোনবিধ ৰ গতিবেগ অতি বেছি ?
(ক) মটৰগাড়ী
(খ) উৰাজাহাজ
(গ) ৰে’লগাড়ী
উত্তৰ- (খ) উৰাজাহাজ ।
২. অতিক্ৰম কৰা দূৰত্বক বস্তুটোক কি বোলা হয় ?
(ক) দোলনকাল
(খ) দ্ৰুতি
(গ) দূৰত্ব
উত্তৰ- (খ) দ্ৰুতি ।
৩. 1 ঘণ্টাত কিমান মিনিট ?
(ক) 25
(খ) 68
(গ) 60
উত্তৰ- (গ) 60 ।
৪. 1 মিনিটত কিমান ছেকেণ্ড ?
(ক) 30 ছেকেণ্ড
(খ) 50 ছেকেণ্ড
(গ) 60 ছেকেণ্ড
উত্তৰ- (গ) 60 ছেকেণ্ড ।
৫. এবছৰত কিমান দিন আছে ?
(ক) 220 দিন
(খ) 365 দিন
(গ) 315 দিন
উত্তৰ- (খ) 365 দিন ।
৬. ফেব্ৰুৱাৰি মাহত সাধাৰণতে কিমান দিন থাকে ?
(ক) 29 দিন
(খ) 28 দিন
(গ) 31 দিন
উত্তৰ- (খ) 28 দিন ।
৭. জীৱ-জন্তুৰ ভিতৰত কোনবিধ আটাইতকৈ দ্ৰুতগামী ?
(ক) সোণালী ঈগল (চৰাই)
(খ) অষ্ট্ৰিক (চৰাই)
(গ) পেৰেগে্ৰাইন ফেলক’ন (চৰাই)
উত্তৰ- (গ) পেৰেগে্ৰাইন ফেলক’ন (চৰাই) ।
৮. কোনটো মাহক লিপ্ ইয়েৰ বোলা হৈছিল ?
(ক) জানুৱাৰী
(খ) ফেব্ৰুৱাৰি
(গ) মাৰ্চ
উত্তৰ- (খ) ফেব্ৰুৱাৰি ।
৯. কিমান বছৰৰ মূৰে মূৰে লিপ্ ইয়েৰ হয় ?
(ক) 1 বছৰৰ
(খ) 3 বছৰৰ
(গ) 4 বছৰৰ
উত্তৰ- (গ) 4 বছৰৰ ।
১০. কোনখন কেলেণ্ডাৰক জাতীয় কেলেণ্ডাৰ হিচাপে ঘোষণা কৰিছে ?
(ক) গ্ৰেগ’ৰীৰ
(খ) শকাব্দ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) শকাব্দ ।
১১.আধুনিক বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় ?
(ক) টমাছ আলভা এডিচন
(খ) গেলিলি’অ গেলিলি
(গ) আব্দুল কালাম
উত্তৰ- (খ) গেলিলি’অ গেলিলি ।
১২. তলৰ ছবিখনৰ নাম কি ?
(ক) মটৰগাড়ী
(খ) উৰাহাজ
(গ) ৰে’লগাড়ী
উত্তৰ- (খ) উৰাহাজ ।
১৩. গেলিলিঅ’ গেলিলিৰ জন্ম কিমান চনত হৈছিল ?
(ক) ১৫৬৪ চনত
(খ) ১৬৪১ চনত
(গ) ২৩৯৭ চনত
উত্তৰ- (ক) ১৫৬৪ চনত ।
১৪. গেলিলিঅ’ গেলিলি কোন দেশৰ আছিল ?
(ক) পাকিস্থান
(খ) ইটালি
(গ) ভাৰত
উত্তৰ- (খ) ইটালি ।
১৫. ডিব্ৰুগড়ত গ’লে ৰে’লগাড়ীয়ে প্ৰায় কিমান সময় লাগে ?
(ক) ৯ ঘন্টা
(খ) আধা ঘন্টা
(গ) ১৪ ঘন্টা
উত্তৰ- (ক) ৯ ঘন্টা ।
১৬. তলৰ ছবিখনত থকা মানুহজনৰ নাম কি ?
(ক) গেলিলি’ও গেলিলি
(খ) চাৰ্লছ বেবেজ
(গ) হোমি জাহাংগীৰ ভাবা
উত্তৰ- (ক) গেলিলি’ও গেলিলি ।
১৭. ক্ৰিষ্টিয়ান হাইগেন্চ নামৰ বিজ্ঞানীজনে কিমান চনত দোলক থকা ঘড়ী সাদি উলিয়ায় ?
(ক) ১৬৫৫
(খ) ১৬৫৬
(গ) ১৬৫৭
উত্তৰ- (খ) ১৬৫৬ ।
১৮. ঘড়ীটোৰ কাঁটাডালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ সময় লয় কেইঘন্টা ?
(ক) ৬ ঘন্টা
(খ) ১২ ঘন্টা
(গ) ২৪ ঘন্টা
উত্তৰ- (খ) ১২ ঘন্টা ।
১৯. তলৰ ঘড়ীটো কেই ঘন্টীয়া ঘড়ী ?
(ক) ২৪ ঘন্টীয়া
(খ) ১২ ঘন্টীয়া
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (ক) ২৪ ঘন্টীয়া ।
২০. গেলিলি’অ গেলিলিৰ মৃত্যু কিমান চনত হৈছিল ?
(ক) ১৬৪০
(খ) ১৯৪৭
(গ) ১৬৪২
উত্তৰ- (গ) ১৬৪২ ।
Type by- Bikul Mandal