Chapter- 8
এছিড, ক্ষাৰক আৰু লৱণ
১. মানুহৰ প্ৰধান খাদ্য কি ?
(ক) নেমু
(খ) ভাত
(গ) কেৰেলা
উত্তৰ- (খ) ভাত ।
২. এছিডৰ মাধ্যম কি ?
(ক) ৰঙা
(খ) নীলা
(গ) সেউজীয়া
উত্তৰ- (ক) ৰঙা ।
৩. লৱণ এবিধ কি ?
(ক) চেনী
(খ) নিমখ
(গ) হালধী
উত্তৰ- (খ) নিমখ ।
৪. লাইকেন আচলতে কেইবিধ জীৱৰ সমষ্টি ?
(ক) দুবিধ
(খ) তিনিবিধ
(গ) চাৰিবিধ
উত্তৰ- (ক) দুবিধ ।
৫. কেইটা ৰঙৰ লিটমাছৰ কাগজ পোৱা যায় ?
(ক) চাৰিটা
(খ) তিনিটা
(গ) দুটা
উত্তৰ- (গ) দুটা ।
৬. লিটমাছ এবিধ প্ৰকৃতিৰ পৰা পোৱা কি ?
(ক) ক্ষাৰক
(খ) প্ৰশম দ্ৰব্য
(গ) সূচক
উত্তৰ- (গ) সূচক ।
৭. ক্ষাৰকৰ সোৱাদ কি ?
(ক) মিঠা
(খ) তিতা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) তিতা ।
৮. লিটমাছ কি কি ৰধৰ পোৱা যায় ?
(ক) ৰঙা আৰু নীলা
(খ) সেউজীয়া আৰু হালধীয়া
(গ) ক’লা আৰু বগা
উত্তৰ- (ক) ৰঙা আৰু নীলা ।
৯. কলাখাৰ আৰু চূণপানী হ’ল এবিধ ক্ষাৰক ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অশুদ্ধ ।
১০. লিটমাছ আচলতে বিভিন্ন ৰঙীণ পদাৰ্থৰ মিশ্ৰ ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) শুদ্ধ ।
১১. পৰীক্ষাগাৰত সাধাৰণতে ব্যৱহাৰ হোৱা এছিড হ’ল—
(ক) ছালফিউৰিক এছিড
(খ) নাইট্ৰিক এছিড
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (গ) ওপৰৰ দুয়োটা ।
১২. এছিডৰ সোৱাদ কি ?
(ক) তিতা
(খ) টেঙা
(গ) মিঠা
উত্তৰ- (খ) টেঙা ।
১৩. আমাৰ পাকস্থলীত কি উৎপন্ন হয় ?
(ক) হাইড্ৰ’ক্লৰিক
(খ) ক্ৰিষ্টেলীভৱন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) হাইড্ৰ’ক্লৰিক ।
১৪. তলৰ ছবিখনৰ নাম কি ?
(ক) ম’হ
(খ) মৌ-মাখি
(গ) বৰল
উত্তৰ- (গ) বৰল ।
১৫. আমলখি কি এছিড ?
(ক) টেনিক এছিড
(খ) এছকৰবিক এছিড
(গ) চাইট্ৰিক এছিড
উত্তৰ- (খ) এছকৰবিক এছিড ।
১৬. পৰুৱাই দেহত কামুৰি কি এছিড সুমুৱাই দিয়ে ?
(ক) ফৰমিক এছিড
(খ) লেক্টিক এছিড
(গ) এছিটিক এছিড
উত্তৰ- (ক) ফৰমিক এছিড ।
১৭. চূণপানীত থকা ক্ষাৰক বিধৰ নাম লিখা ।
(ক) হাইড্ৰক্সাইড
(খ) ফেনল্খ্থেলিন
(গ) হাইড্ৰ’ক্ল’ৰিক
উত্তৰ- (ক) হাইড্ৰক্সাইড ।
১৮. আপেল খাদ্যবস্তুবিধৰ এছিড কি ?
(ক) মেলিক এছিড
(খ) টাৰটাৰিক এছিড
(গ) ফৰমিক এছিড
উত্তৰ- (ক) মেলিক এছিড ।
১৯. চূণপাণী এবিধ —
(ক) খনিজ পদাৰ্থ
(খ) ক্ষাৰক
(গ) এছিড
উত্তৰ- (খ) ক্ষাৰক ।
২০. প্ৰশমৰ মাধ্যম কি ?
(ক) কমলা
(খ) নীলা
(গ) ক’লা
উত্তৰ- (গ) ক’লা ।
Type by- Bikul Mandal