Chapter- 1
ইতিহাস কি আৰু ইতিহাস অধ্য়য়নৰ প্ৰয়োজনীয়তা
১। ইতিহাস শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছিল?
(ক) অসমীয়া
(খ) সংস্কৃত
(গ) বড়ো
উত্তৰ- (খ) সংস্কৃত ।
২। আমাৰ মাতৃভূমি এই _____ৰাজ্য।
(ক) অৰুনাচল
(খ) অসম
(গ) মনিপুৰ
উত্তৰ- (খ) অসম ।
৩। যি বিষয় অধ্য়য়ন কৰিলে অতীত কালৰ কথা জানিব পৰা যায় সেই বিষয়টোকে____________বোলা হয়?
(ক) সংস্কৃতি
(খ) ৰাজনৈতিক
(গ) ইতিহাস
উত্তৰ- (গ) ইতিহাস ।
৪। কোনে নিজৰ নামেৰে পৰিচয় দিয়ে?
(ক) কুকুৰে
(খ) মানুহে
(গ) ইতিহাসে
উত্তৰ- (খ) মানুহে ।
৫। আমি কি হিচাবে পৰিচয় দিওঁ?
(ক) ভাৰতৰ নাগৰিক
(খ) অসমৰ নাগৰিক
(গ) আমেৰিকা নাগৰিক
উত্তৰ- (ক) ভাৰতৰ নাগৰিক ।
৬। ইতিহাসৰ কথা জানিবলৈ হ’লে আমি কি কৰিব লাগিব?
(ক) ৰাজনৈতিক অধ্য়য়ন কৰিব লাগিব
(খ) ইতিহাসক অধ্য়য়ন কৰিব লাগিব
(গ) অৰ্থনৈতিক অধ্য়য়ন কৰিব লাগিব
উত্তৰ- (খ) ইতিহাসক অধ্য়য়ন কৰিব লাগিব ।
৭। আমাৰ মনত কি ভাবৰ সৃষ্টি হয়?
(ক) দেশপ্ৰেম
(খ) অদ্ভুত
(গ) ওপৰৰ দুয়োটা শুদ্ধ
উত্তৰ- (ক) দেশপ্ৰেম ।
৮। সু-নাগৰিক হ’বলৈ ইতিহাস বিষয়ৰ_______অৰ্জন কৰাটো অতি প্ৰয়োজনায় থকা।
(ক) জ্ঞান
(খ) ৰাজনৈতিক
(গ) ধৰ্ম
উত্তৰ- (ক) জ্ঞান।
৯। দেশপ্ৰেম ভাব থাকিলেহে আমি_________হ’ব পাৰিম?
(ক) মানুহ
(খ) সুনাগৰিক
(গ) গায়ক
উত্তৰ- (খ) সুনাগৰিক ।
১০। শংকৰদেৱে অসমত কি ধৰ্ম প্ৰচাৰ কৰিছিল?
(ক) বৈষ্ণৱ ধৰ্ম
(খ) জৈন ধৰ্ম
(গ) বৌদ্ধ ধৰ্ম
উত্তৰ- (ক) বৈষ্ণৱ ধৰ্ম ।
Type by- Bikul Mandal