অসমৰ আ- অলংকাৰ
Chapter-13
১) আদিতে মানুহে আ- অলংকাৰৰ দৰে কি কি ব্য়ৱহাৰ কৰিছিল ?
(ক) জন্তুৰ ছাল, দাতঁ, হাড়,
(খ) চৰাই ছাল, হাড়, দাতঁ,
(গ) শিলৰ টোকুৰা, গছৰ পাত
উত্তৰঃ (ক) জন্তুৰ ছাল, দাতঁ, হাড়,।
২) অসমীয়া সমাজত আ- অলংকাৰ কোনে পৰিধান কৰে ?
(ক) পুৰুষে
(খ) মহীলায়
(গ) পুৰুষ আৰু মহীলা উভয়
উত্তৰঃ (গ) পুৰুষ আৰু মহীলা উভয়
৩) পুৰুষে কত অলংকাৰ পৰিধান কৰিছিল ?
(ক) হাট আৰু ডিঙিত
(খ) নাক আৰু কাণত
(গ) কাণ আৰু ডিঙিত
উত্তৰঃ (গ) কাণ আৰু ডিঙিত।
৪) লোকাপাৰ অলংকা কি চৰাই আৰ্হিত নিৰ্মান কৰা হয় ?
(ক) বগলি চৰাই
(খ) ময়ুৰ চৰাই
(গ) পাৰ চৰাই
উত্তৰঃ (গ) পাৰ চৰাই।
৫) লোকপাৰ কত পিন্ধে ?
(ক) ডিঙিত
(খ) কাণত
(গ) নাকত
উত্তৰঃ (খ) কাণত।
৬) কেৰু দেখা ত কি ফুলৰ দৰে ?
(ক) পদুম ফুলৰ দৰে
(খ) গোলাপ ফুলৰ দৰে
(গ) নাহৰ ফলৰ দৰে
উত্তৰঃ (ক) পদুম ফুলৰ দৰে।
৭) সৰু আকৃতিৰ কেৰুক কি বোলা হৈছিল ?
(ক) লংকেৰু
(খ) সৰু কেৰু
(গ) বৰ কেৰু
উত্তৰঃ (ক) লংকেৰু।
৮) লংকেৰু কোনে পৰিধান কৰিছিল ?
(ক) মহীলায়
(খ) সৰু কেচুৱাই
(গ) পুৰুষে
উত্তৰঃ (গ) পুৰুষে।
৯) ডাঙৰ কেৰু কোনে পৰিধান কৰিছিল ?
(ক) মহীলায়
(খ) সৰু কেচুৱাই
(গ) পুৰুষে
উত্তৰঃ (ক) মহীলায়।
১০) মতামণি কোনেো পৰিধান কৰিছিল ?
(ক) মহীলায়
(খ) সৰু কেচুৱাই
(গ) পুৰুষে
উত্তৰঃ (গ) পুৰুষে।
১১) বিৰিৰ আকৃতি কিহৰ দৰে ?
(ক) ঢোলৰ দৰে
(খ) খোলৰ দৰে
(গ) জোনৰ দৰে
উত্তৰঃ (খ) খোলৰ দৰে।
১২) গাম খাৰু কত পৰিধান কৰা হয় ?
(ক) হাতত
(খ) ভৰিত
(গ) ককালত
উত্তৰঃ (ক) হাতত।
১৩) চিতি-পাতি কত পৰিধান কৰে ?
(ক) ককালত
(খ) ভৰিত
(গ) মুৰত
উত্তৰঃ (গ) মুৰত।
১৪) ডুগডুগি অলংকাৰ বিধ দেখিবলি কেনেকুৱা ?
(ক) আম পাতৰ দৰে
(খ) পানৰ দৰে
(গ) তামোলৰ দৰে
উত্তৰঃ (খ) পানৰ দৰে।
১৫) গলপতা কোনে আৰু কত পৰিধান কৰে ?
(ক) মহীলা সকলে ডিঙিত
(খ) তিৰোতা সকলে ভৰিত
(গ) তিৰোতা সকলে ডিঙিত
উত্তৰঃ (গ) তিৰোতা সকলে ডিঙিত।
১৬) কাণফুল কোনে পৰিধান কৰে ?
(ক) সৰু ছোৱালীৱে
(খ) সৰু লৰাই
(গ) ডেকা লৰাই
উত্তৰঃ (ক) সৰু ছোৱালীৱে।
১৭) কাণ ফুল দেখা কেনেকোৱা ?
(ক) ওলমি থকা পদুমৰ দৰ
(খ) ওলমি থকা গোলাপৰ দৰে
(গ) ওলমি থকা ৰহুনৰ দৰে
উত্তৰঃ (ক) ওলমি থকা পদুমৰ দৰ।
১৮) কাণফুলৰ পাহিবোৰত কি লাগি থাকে ?
(ক) বাখৰ
(খ) মুকুতা
(গ) মিণি
উত্তৰঃ (ক) বাখৰ।
১৯) আঙুথিৰ আৰ্হি কেনেকোৱা ?
(ক) চেপেতা
(খ) জোঙা
(গ) নিদিষ্ট আৰ্হি নাই
উত্তৰঃ (গ) নিদিষ্ট আৰ্হি নাই।
২০) আঙুথি কিহৰে তৈয়াৰি ?
(ক) সুন, ৰূপ, তাম,
(খ) সুন,ৰূপ, পাত
(গ) মুগা,ৰিহা
উত্তৰঃ (ক) সুন, ৰূপ, তাম,।
Type By- Subhas Nath