লৰ্ড কাৰ্জনৰ শিক্ষা নীতি ১৯০৪
অধ্য়ায় ৮
ক) চুটি প্রশ্ন (১৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : ভাৰতীয় শিক্ষাৰ উন্নতি সাধনৰ অৰ্থে লর্ড কার্জনে কি কি প্ৰচেষ্টা হাতত লৈছিল ?
উত্তৰঃ
প্রশ্ন ২ : ভাৰতীয় শিক্ষা ব্যৱস্থা উন্নতিৰ ক্ষেত্ৰত লৰ্ড কাৰ্জনৰ সফল হৈছিল বুলি আপুনিভাৱেনে?
উত্তৰঃ
প্রশ্ন ৩ : ১৯০৫ চনৰ চিমলা শিক্ষা সন্মিলনত গ্ৰহণ কৰা শিক্ষাৰ মূল সিদ্ধান্ত সমূহৰ বিষয়ে বৰ্ণনা কৰক।
উত্তৰঃ
প্রশ্ন ৪ : লর্ড কার্জনৰ মাধ্যমিক শিক্ষা নীতিৰ তাৎপৰ্য্য কি আছিল ৷
উত্তৰঃ
প্রশ্ন ৫ : ১৯০৪ চনৰ বিশ্ববিদ্যালয় আইনৰ ব্যৱস্থাবোৰ কি আছিল?
উত্তৰঃ
প্রশ্ন ৬ : চমুটোকা লিখক :
(ক) চিমলা শিক্ষা সন্মিলন
উত্তৰঃ
(খ) লৰ্ড কাৰ্জনৰ প্ৰাথমিক শিক্ষানীতি
উত্তৰঃ
(গ) ১৯০৪ চনৰ বিশ্ববিদ্যালয় আইন
উত্তৰঃ
খ) ৰচনা ধৰ্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : ভাৰতীয় শিক্ষাৰ উন্নতি সাধনৰ অৰ্থে লর্ড কার্জনে কি কি প্রচেষ্টা হাতত লৈছিল ? তেওঁ কৃতকাৰ্য হৈছিলনে?
উত্তৰঃ
প্রশ্ন ২ : লর্ড কার্জনৰ মাধ্যমিক শিক্ষানীতিৰ বিষয়ে সমালোচনাত্মক পৰীক্ষা কৰক। ইয়াৰ পৰবৰ্তী ফলশ্রুতি উল্লেখ কৰক।
উত্তৰঃ
প্রশ্ন ৩ : ১৯০৪ চনৰ বিশ্ববিদ্যালয় আইনৰ ব্যৱস্থাবোৰ কি আছিল? তোমাৰ মতে আইনখনৰ উদ্দেশ্যসমূহ কৃতকাৰ্য হৈছেনে?
উত্তৰঃ
প্রশ্ন ৪ : ‘লর্ড কার্জনে শিক্ষাৰ প্ৰত্যেকটো শাখাকে স্পর্শ কৰিছে আৰু তাক সংশোধন কৰিছে।’— আলোচনা কৰক।
উত্তৰঃ