মনোবৈজ্ঞানিক অভীক্ষা
অধ্য়ায়-৪
(ক) চমু প্রশ্ন (৫০ টা শব্দৰ ভিতৰত প্ৰতিটো প্ৰশ্নৰ উত্তৰ)
প্রশ্ন ১ : মনোবৈজ্ঞানিক অভীক্ষা কি?
উত্তৰঃ
প্রশ্ন ২ : মনোবৈজ্ঞানিক অভীক্ষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰক।
উত্তৰঃ
প্রশ্ন ৩ : আৰ্হিৰ দুটা অর্থ কি কি ?
উত্তৰঃ
(খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত প্ৰতিটো প্ৰশ্নৰ উত্তৰ)
প্রশ্ন ১ : বিভিন্ন মনোবৈজ্ঞানিক অভীক্ষাসমূহক শ্ৰেণীভুক্ত কৰক ৷
উত্তৰঃ
প্রশ্ন ২ : শ্ৰেয় অভীক্ষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰক ৷
উত্তৰঃ
প্রশ্ন ৩ : বৈধতা কি? বৈধতাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰক ৷
উত্তৰঃ
প্রশ্ন ৪ : এটি অভীক্ষাৰ অৰ্থ আৰু বৈশিষ্ট্য বিচাৰ কৰক।
উত্তৰঃ
প্রশ্ন ৫ : চমুটোকা লিখক –
(ক) অভীক্ষাৰ আৰ্হি
উত্তৰঃ
(খ) অভীক্ষাৰ বস্তুনিষ্ঠতা
উত্তৰঃ
(গ) অভীক্ষাৰ উপযোগিতা বা ব্যৱহাৰিকতাৰ লগত জড়িত বৈশিষ্ট্যসমূহ।
উত্তৰঃ
Type By- Bikash Bora