শিক্ষাৰ সুবিধা আৰু সমতা
অধ্যায়- ১৩
ক) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : সমতা আৰু সুবিধা বুলিলে কি বুজে ?
উত্তৰঃ
প্রশ্ন ২ : শিক্ষাত লিংগ পৰিধি বুলিলে আপুনি কিদৰে বাখ্যা কৰিব?
উত্তৰঃ
প্রশ্ন ৩ : শিক্ষা গুৰুত্বপূৰ্ণ বুলি কিয় ভাবে?
উত্তৰঃ
প্রশ্ন ৪ : শিক্ষাৰ বিভিন্ন পর্যায়বোৰ কি কি আৰু সিবিলাকৰ গুৰুত্ব কি?
উত্তৰঃ
প্রশ্ন ৫ : শিক্ষাৰ সুবিধা, সমতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত থকা গুৰুত্বতা সম্পর্কে আপুনি কি দৰে বৰ্ণনা কৰিব?
উত্তৰঃ
(খ) ৰচনা ধৰ্মী প্রশ্ন (৩০০-৫০০টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : শিক্ষাৰ সুবিধা, সমতা আৰু সুৰক্ষাৰ বাবে গুৰুত্বতা আৰু তাৎপৰ্য্যৰ বিষয়ে বৰ্ণনা কৰক ?
উত্তৰঃ
প্রশ্ন ২ : আমাৰ শিক্ষা ব্যৱস্থাত লিংগ পক্ষপাতিত্ব সৃষ্টি কৰাৰ আঁৰত থকা উপাদানবোৰ কি কি ?
উত্তৰঃ
প্রশ্ন ৩ : ভাৰতৰ প্ৰাৰম্ভিক শিক্ষা ব্যৱস্থাত লিংগ বৈষম্যক আপুনি কিদৰে বৰ্ণনা কৰিব?
উত্তৰঃ
প্রশ্ন ৪ : ভাৰতৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত লিংগ বৈষম্যক আপুনি কিদৰে বৰ্ণনা কৰিব?
উত্তৰঃ
প্রশ্ন ৫ : ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থাত লিংগ বৈষম্যক আপুনি কিদৰে বৰ্ণনা কৰিব ?
উত্তৰঃ
প্রশ্ন ৬ ঃ বিদ্যালয়ত শৈক্ষিক অসমতাসমূহ দূৰীকৰণৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰক ।
উত্তৰঃ
Question Type By- Parina Hazarika