শৈক্ষিক পৰিচালনাৰ বিভিন্ন অভিগমনসমূহ
অধ্য়ায়-২
(ক) চুটি প্রশ্ন (প্রায় ১৫০টা শব্দৰ উত্তৰ লিখক)
১। শৈক্ষিক পৰিকল্পনাৰ বিভিন্ন অভিগমনসমূহ লিখক ।
উত্তৰঃ
২। সামাজিক চাহিদা অভিগমনৰ প্ৰধান নীতি কি?
উত্তৰঃ
৩। মানৱ শক্তি প্রয়োজন অভিগমন কিয় প্রয়োজনীয় ?
উত্তৰঃ
৪। ভাৰতত, প্ৰাথমিক শিক্ষা কোনটো অভিগমনৰ ওপৰত প্ৰতিষ্ঠিত আৰু কিয়?
উত্তৰঃ
৫। প্ৰত্যাবৰ্তন হাৰ অভিগমনৰ প্ৰধান বৈশিষ্ট্য কি?
উত্তৰঃ
(খ) ৰচনাধৰ্মী প্ৰশ্ন (প্ৰায় ৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
১। শৈক্ষিক পৰিকল্পনাৰ বিভিন্ন অভিগমনবোৰ চমুকৈ বৰ্ণনা কৰক ।
উত্তৰঃ
২। মানৱশক্তি প্রয়োজন অভিগনক ব্যাখ্যা কৰক ।
উত্তৰঃ
৩। সামাজিক চাহিদা অভিগমন কাক বোলে? এই অভিগমনৰ সুবিধা আৰু অসুবিধাসমূহ ব্যাখ্যা কৰক ।
উত্তৰঃ
৪। প্ৰত্যাবৰ্তনৰ হাৰৰ অভিগমন কি? এই অভিগমনে শিক্ষাক কিদৰে গ্ৰহণ কৰে ? কি কি দিশত এই অভিগমনটোক সমালোচনা কৰা হয় ?
উত্তৰঃ
Type By- Bikash Bora