শিক্ষাত মনোবিজ্ঞানৰ প্ৰাসংগিকতা
অধ্য়ায় ১
(ক) বস্তুধর্মী প্রশ্ন (৫০টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ ঃ মনোবিজ্ঞান বুলিলে কি বুজে ?
উত্তৰঃ
প্রশ্ন ২ : শৈক্ষিক মনোবিজ্ঞান বুলিলে কি বুজে ?
উত্তৰঃ
প্রশ্ন ৩ঃ শিক্ষা আৰু মনোবিজ্ঞানৰ সম্পৰ্ক কি ?
উত্তৰঃ
(খ) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : শৈক্ষিক মনোবিজ্ঞানৰ স্বৰূপ বা প্ৰকৃতিসমূহ কি কি ?
উত্তৰঃ
প্রশ্ন ২ : শিক্ষাৰ লগত মনোবিজ্ঞানৰ যে সম্পৰ্ক আছে, আপুনি কিয় ভাবে?
উত্তৰঃ
প্রশ্ন ৩ঃ শিক্ষক এজনক শিক্ষা মনোবিজ্ঞানে কেনেকৈ শ্ৰেণীকোঠাৰ শিক্ষণীয় কার্যত ফলপ্রসূতা অনাত সহায় কৰে?
উত্তৰঃ
(গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : শৈক্ষিক মনোবিজ্ঞান বুলিলে কি বুজে? শ্ৰেণীকোঠাৰ সমস্যাসমূহ সমাধানৰ বাবে শৈক্ষিক মনোবিজ্ঞানৰ অৱদানসমূহ কি কি? আলোচনা কৰক।
উত্তৰঃ
প্রশ্ন ২ : শ্ৰেণীকোঠাৰ পাঁচটা সমস্যা বাচি লওক- য’ত আপোনাক শিক্ষা মনোবিজ্ঞানৰ জ্ঞানে সহায় কৰিব পাৰে ?
উত্তৰঃ
প্রশ্ন ৩ : শিক্ষাৰ্থীৰ আচৰণৰ সমস্যাসমূহ সংশোধনৰ বাবে শৈক্ষিক মনোবিজ্ঞানৰ জ্ঞানে শিক্ষক এজনক কেনেকৈ সহায় কৰে?
উত্তৰঃ
Question Type By- Mayur Rani Kashyap