শিক্ষা আৰু সামাজিক পৰিবৰ্তন
অধ্য়ায়-৪
(ক) অতি চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰায় ৫০টা শব্দৰ ভিতৰত দিয়ক)
প্ৰশ্ন নং ১ঃ সামাজিক পৰিবৰ্তন মা…..নে কি?
উত্তৰঃ
প্ৰশ্ন নং ২ঃ সামাজিক পৰিবৰ্তন এটা সংজ্ঞা লিখক।
উত্তৰঃ
প্ৰশ্ন নং ৩ঃ ‘Basic Sociological Principle’ গ্ৰন্থখনৰ লিখক কোন?
উত্তৰঃ
প্ৰশ্ন নং ৪ঃ উলিয়াম এফ্ অগবাৰ্নে কোন চনত ‘Social Change’ গ্ৰন্থখন ৰচনা কৰিছিল?
উত্তৰঃ
প্ৰশ্ন নং ৫ঃ সামাজিক পৰিবৰ্তন হৈছে এক ___________ প্ৰক্ৰিয়া। (খালী ঠাই পূৰণ কৰক)
উত্তৰঃ
প্ৰশ্ন নং ৬ঃ শিক্ষানুষ্ঠানক সামাজিক পৰিবৰ্তন এক হিচাবে গণ্য় কৰা হয়। (খালী ঠাই পূৰণ কৰক)
উত্তৰঃ
প্ৰশ্ন নং ৭ঃ সামাজিক পৰিবৰ্তনত বিজ্ঞান-প্ৰযুক্তিৰ ভূমিকা বিষয়ে উল্লেখ কৰক।
উত্তৰঃ
(খ) চমুকৈ উত্তৰ লিখক (প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰায় ১৫০টা শব্দৰ ভিতৰত দিয়ক)
প্ৰশ্ন নং ১ঃ “সামাজিক পৰিবৰ্তন এক স্বাভাৱিক প্ৰক্ৰিয়া”- ব্য়াখ্য়া কৰক।
উত্তৰঃ
প্ৰশ্ন নং ২ঃ ‘শিক্ষাই সামাজিক পৰিবৰ্তনত এক প্ৰধান ভূমিকা পালন কৰে’।- ব্য়াখ্য়া কৰক।
উত্তৰঃ
প্ৰশ্ন নং৩ঃ সামাজি্ক পৰিবৰ্তনৰ চাৰিটা প্ৰকৃতি উল্লেখ কৰক।
উত্তৰঃ
প্ৰশ্ন নং ৪ঃ ‘সামাজিক পৰিবৰ্তন হৈছে সামাজিক সজাগতা ফলশ্ৰুতি।’- ব্য়াখ্য়া কৰক।
উত্তৰঃ
(গ) ৰচনাধৰ্মী প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ উত্তৰ প্ৰায় ৩০০-৫০০ শব্দৰ ভিতৰত দিয়ক)
প্ৰশ্ন নং ১ঃ সামাজিক পৰিবৰ্তন মানে কি? ইয়াৰ প্ৰকৃতি আৰু বৈশিষ্ট্য়সমূহ উল্লেখ কৰক।
উত্তৰঃ
প্ৰশ্ন নং ২ঃ সামাজিক পৰিবৰ্তনৰ কাৰণসমূহ উল্লেখ কৰক?
উত্তৰঃ
প্ৰশ্ন নং ৩ঃ সামাজিক পৰিবৰ্তনৰ প্ৰধান মাধ্য়মসমূহ বৰ্ণনা কৰক?
উত্তৰঃ
প্ৰশ্ন নং ৪ঃ সামাজিক পৰিবৰ্তনৰ প্ৰধান কাৰকসমূহ বৰ্ণনা কৰক?
উত্তৰঃ
প্ৰশ্ন নং ৫ঃ সামাজিক পৰিবৰ্তনৰ কাৰক হিচাবে শিক্ষাৰ ভূমিকা কি- আলোচনা কৰক।
উত্তৰঃ
Type By- Bikash Bora