শৈক্ষিক সা সুবিধাৰ সমানীকৰণ
অধ্য়ায়-১৩
ক) অতি চমু প্রশ্ন (উত্তৰসমূহ ৫০ শব্দৰ ভিতৰত দিয়ক))
প্রশ্ন নং ১ঃ সমাজত এজন লোকৰ বাবে শিক্ষাৰ প্ৰয়োজনীয়তা কি?
উত্তৰঃ
প্রশ্ন নং ২ঃ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নং ৪৫ ৰ বুনিয়াদি নীতি কি?
উত্তৰঃ
প্রশ্ন নং ৩ঃ প্রাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ মানে কি বুজা ?
উত্তৰঃ
প্রশ্ন নং ৪ঃ শিক্ষাৰ সমানীকৰণৰ সা-সুবিধাৰ প্ৰয়োজনীয়তা কি?
উত্তৰঃ
প্রশ্ন নং ৫ঃ সর্ব শিক্ষা অভিযানৰ মূল মন্ত্ৰ কি?
প্রশ্ন নং ৬ঃ সর্ব শিক্ষা অভিযানৰ মূল লক্ষ্য আৰু উদ্দেশ্যসমূহ কি কি?
উত্তৰঃ
প্রশ্ন নং ৭ঃ ভাৰতৰ মাধ্যমিক শিক্ষা ব্যৱস্থাত ‘ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান’ৰ গুৰুত্ব কি?
উত্তৰঃ
প্রশ্ন নং ৮ঃ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় স্থাপনৰ উদ্দেশ্য কি, চমুকৈ বিৱৰণ দিয়া।
উত্তৰঃ
খ) চমু প্রশ্ন (উত্তৰ ১৫০ শব্দৰ ভিতৰত দিয়ক)
প্রশ্ন নং ১ঃ ভাৰতত প্ৰতিজন লোকৰ বাবে শিক্ষাৰ সমানীকৰণ সা-সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত কি ধৰণৰ সাংবিধানিক অৱকাশ আছে, বুজাই লিখক।
উত্তৰঃ
প্রশ্ন নং ২ঃসর্ব শিক্ষা অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য কি? এই আঁচনিক কিয় ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বাবে সুবিধাজনক পদক্ষেপ বুলি অভিহিত কৰা হয়?
উত্তৰঃ
প্রশ্ন নং ৩ঃ সকলোৰে বাবে সমানীকৰণ শিক্ষাৰ সা-সুবিধা আগবঢ়োৱাৰ প্ৰয়োজনীয়তা কি? সকলোৰে বাবে শিক্ষাৰ সমানীকৰণৰ সা-সুবিধা প্ৰদানৰ বাবে চৰকাৰে কেনেধৰণৰ আঁচনি গ্রহণ কৰিছে আলোচনা কৰক ।
উত্তৰঃ
গ) দীঘল প্রশ্ন (উত্তৰ ৩০০-৫০০ শব্দৰ ভিতৰত দিয়ক)
প্রশ্ন নং ১ঃ ডি. পি. ই. পি ৰ বিষয়ে চমুকৈ আলোচনা কৰা । আন্যান্য আঁচনিৰ পৰা ডি পি ই পিক কিদৰে তুমি পৃথক কৰিবা লিখা ।
উত্তৰঃ
প্রশ্ন নং ২ঃভাৰতত শিক্ষাৰ সা-সুবিধাৰ সমানীকৰণ নিশ্চিত কৰিবৰ বাবে কি কি শৈক্ষিক পদক্ষেপ গ্ৰহণ কৰা হৈছে আলোচনা কৰা ।
উত্তৰঃ
প্রশ্ন নং ৩ঃ শিক্ষাৰ ক্ষেত্ৰত সমসুযোগ প্ৰদানৰ সমস্যাসমূহ কি কি, আলোচনা কৰা ।
উত্তৰঃ
Type By- Bikash Bora