শিক্ষা আৰু সংস্কৃতি
অধ্য়ায়-১১
ক) চমু প্রশ্ন (প্ৰতিটো প্ৰশ্নৰে প্ৰায় ১৫০ টা শব্দত উত্তৰ দিয়ক)
প্রশ্ন নং ১ঃ সংস্কৃতিৰ সংজ্ঞা দিয়ক। ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰক ।
উত্তৰঃ
প্রশ্ন নং ২ঃ সংস্কৃতিৰ বিভিন্ন প্ৰকাৰসমূহ কি কি ?
উত্তৰঃ
প্রশ্ন নং ৩ঃ সাংস্কৃতিক পৰিবৰ্তন কাক বোলে?
উত্তৰঃ
প্রশ্ন নং ৪ঃ সাংস্কৃতিক পশ্চাৱৰ্তিতা কাক বোলে ?
উত্তৰঃ
খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন নং ১ঃ সংস্কৃতি আৰু শিক্ষাৰ মাজৰ সম্পৰ্ক বহলকৈ আলোচনা কৰক ৷
উত্তৰঃ
প্রশ্ন ন ২ঃ সাংস্কৃতিক পৰিবৰ্তনত শিক্ষাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰক ৷
উত্তৰঃ
প্রশ্ন নং ৩ঃ সাংস্কৃতিক পশ্চাত্ৰতিতাৰ কাৰণবোৰ আলোচনা কৰক। সাংস্কৃতিক পশ্চাৎৱৰ্তিতা আঁতৰোৱাৰ উপায় সমূহ বৰ্ণনা কৰক ৷
উত্তৰঃ
প্রশ্ন নং ৪ঃ সামাজিকীকৰণ প্ৰক্ৰিয়াত সংস্কৃতিৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰক ।
উত্তৰঃ
Type By- Bikash Bora