সামাজিকীকৰণ প্ৰক্ৰিয়া
অধ্য়ায়-৩
(ক) অতি চমু প্ৰশ্ন (প্ৰতিটোৰ উত্তৰ প্ৰায় ৫০টা শব্দৰ ভিতৰত)
প্ৰশ্ন নং ১ঃ সামাজিকীকৰণ কি?
উত্তৰঃ
প্ৰশ্ন নং ২ঃ সামাজিক আন্তঃক্ৰিয়া বুলিলে কি বুজা?
উত্তৰঃ
প্ৰশ্ন নং ৩ঃ সহজননতা কি?
উত্তৰঃ
প্ৰশ্ন নং ৪ঃ সদৃশীকৰণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা এটা কাৰক উল্লেখ কৰা।
উত্তৰঃ
(খ) চমু প্ৰশ্ন (প্ৰতিটোৰ উত্তৰ প্ৰায় ১৫০টা শব্দৰ ভিতৰত)
প্ৰশ্ন নং ১ঃ সামাজিকীকৰণৰ বৈশিষ্ট্য়সমূহ লিখা।
উত্তৰঃ
প্ৰশ্ন নং ২ঃ সহযোগিতাৰ বিভিন্ন প্ৰকাৰসমূহ উল্লেখ কৰা।
উত্তৰঃ
(গ) ৰচনাধৰ্মী প্ৰশ্ন (প্ৰতিটোৰ উত্তৰ প্ৰায় ৩০০-৫০০টা শব্দৰ ভিতৰত)
প্ৰশ্ন নং ১ঃ উদাহৰণৰ সৈতে সামাজিকীকৰণ প্ৰক্ৰিয়া বৰ্ণা কৰা।
উত্তৰঃ
প্ৰশ্ন নং ২ঃ সামাজিক আন্তঃক্ৰিয়া আৰু ইয়াৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ
প্ৰশ্ন নং ৩ঃ সামাজিক জীৱনত সহযোগিতা আৰু প্ৰতিযোগিতাৰ ভূমিকা মূল্য়ায়ন কৰা।
উত্তৰঃ
প্ৰশ্ন নং ৪ঃ সামাজিক প্ৰক্ৰিয়াৰ ক্ষেত্ৰত উপযোগীকৰণ আৰু সদৃশীকৰণে কি ভূমিকা পালন কৰে?
উত্তৰঃ
প্ৰশ্ন নং ৫ঃ প্ৰতিযোগিতা আৰু সংঘৰ্ষৰ মাজত কেনেদৰে পাৰ্থক্য় নিৰ্ণয় কৰিব পাৰিব? বৰ্ণনা কৰা।
উত্তৰঃ
Type By- Bikash Bora