অসমীয়া ভাষাৰ কাৰক
অধ্য়ায়-১৩
প্রশ্ন ১ : তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক—
ক) কৰ্তাকাৰক বুলিলে কি বুজায় ?
উত্তৰঃ
খ) অসমীয়া ভাষাত অপাদান কাৰক চিহ্নিত কৰিবলৈ কি বিভক্তি ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ
গ) অসমীয়াত শুদ্ধ অৰ্থত সম্প্ৰদান কাৰক আছেনে ?
প্রশ্ন ২ : শুদ্ধ নে অশুদ্ধ লিখক
ক) ‘যি বা যিহকে কৰা যায় অৰ্থাৎ ক্ৰিয়াৰ যি ব্যাপ্য’ সেইটোৰ নাম কৰ্মকাৰক।
উত্তৰঃ
খ) ক্রিয়াপদৰ লগত হোৱা সম্বন্ধৰ ভিত্তিত অসমীয়া কাৰকক নটা ভাগত ভগাব পাৰি ।
উত্তৰঃ
গ) অসমীয়াত শুদ্ধ অৰ্থত সম্প্ৰদান কাৰক নাই ।
উত্তৰঃ
ঘ) এটা বিভক্তিৰ ঠাইত আন এটা বিভক্তিৰ প্ৰয়োগ অসমীয়া ভাষাৰ অন্যতম স্বতন্ত্র বৈশিষ্ট্য।
উত্তৰঃ
চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : কাৰক আৰু শব্দ-বিভক্তিৰ সম্পৰ্ক কি?
উত্তৰঃ
প্রশ্ন ২ : কৰ্ম কাৰক সম্পর্কে এটি টোকা প্ৰস্তুত কৰক।
উত্তৰঃ
প্রশ্ন ৩ : তলত দিয়া বোৰৰ একোটাকৈ টোকা প্ৰস্তুত কৰক –
(ক) কৰণ কাৰক
উত্তৰঃ
(খ) অধিৰকণ কাৰক
উত্তৰঃ
ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : কাৰক কাক বোলে? অসমীয়া ভাষাত কেই প্ৰকাৰৰ কাৰক আছে? প্ৰতিবিধ কাৰকৰ বিষয়ে খৰচি মাৰি আলোচনা কৰক ৷
উত্তৰঃ
প্রশ্ন ২ : অসমীয়া ভাষাত কাৰক সাধনৰ উপায় কি কি? কাৰক অনুসাৰে এই উপায়কেইটাৰ ব্যৱহাৰ দেখুৱাওক ।
উত্তৰঃ
প্রশ্ন ৩ : কাৰক আৰু শব্দ-বিভক্তিৰ সম্পৰ্ক কি? অসমীয়া ভাষাৰ শব্দ-বিভক্তিবোৰৰ এখন তালিকা প্ৰস্তুত কৰি একাধিক উদাহৰণেৰে সেইবোৰৰ প্ৰয়োগ দেখুৱাওক।
উত্তৰঃ
Type By- Bikash Bora