ধ্বনিতত্ত্বৰ সাধাৰণ পৰিচয়
অধ্য়ায়-২
প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক
ক) ধ্বনি বুলিলে কি বুজে ?
উত্তৰঃ
খ) ধ্বনিৰ কেনেকৈ সৃষ্টি হয় ?
উত্তৰঃ
গ) বিশিষ্ট ধ্বনি কাক বোলে ?
উত্তৰঃ
প্রশ্ন ২ : দ্বিস্বৰধ্বনি বুলিলে কি বুজে ?
উত্তৰঃ
চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি কাক বোলে ?
উত্তৰঃ
প্রশ্ন ২ : চমুটোকা লিখক দ্বিস্বৰধ্বনি, বিশিষ্ট ধ্বনি
উত্তৰঃ
ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : বাগিন্দ্রিয় বুলিলে কি বুজে ? ছবি আঁকি ধ্বনি সৃষ্টিৰ অংশসমূহ চিহ্নিত কৰি শব্দ উচ্চাৰণৰ প্রক্রিয়া সম্পর্কে বহলাই লিখক ।
উত্তৰঃ
প্রশ্ন ২ : ধ্বনিৰ বিৰোধী প্ৰয়োগ আৰু পৰিপূৰক প্ৰয়োগ বুলিলে কি বুজে উদাহৰণসহ বুজাই লিখক।
উত্তৰঃ
প্রশ্ন ৩ : স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনিৰ পাৰ্থক্য কেনেধৰণৰ আলোচনা কৰক।
উত্তৰঃ
Type By- Bikash Bora