চৰকাৰৰ অঙ্গসমূহ
অধ্য়ায়- ৭
ক) বস্তুধর্মী প্রশ্ন-
প্রশ্ন ১ : চৰকাৰৰ প্ৰধান আৰু গুৰুত্বপূৰ্ণ বিভাগ তিনিটা কি কি?
উত্তৰঃ
প্রশ্ন ২ : নামমাত্র কার্যপালিকা মানে কি ?
উত্তৰঃ
প্রশ্ন ৩ : ক্ষমতাৰ পৃথকীকৰণ তত্ত্বৰ তিনিটা উদ্দেশ্য কি কি?
উত্তৰঃ
খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : ৰাজনৈতিক আৰু অৰাজনৈতিক কাৰ্যপালিকা আৰু সংসদীয় আৰু ৰাষ্ট্ৰপতীয় কার্যপালিকাৰ বিষয়ে এটি চমুটোকা লিখক।
উত্তৰঃ +
প্রশ্ন ২ : ন্যায়পালিকাৰ স্বাধীনতা ৰক্ষাৰ বাবে থকা উপায়সমূহৰ বিষয়ে সংক্ষেপে লিখক।
উত্তৰঃ
প্রশ্ন ৩ : ক্ষমতাৰ পৃথকীকৰণ তত্ত্বৰ মূল নীতিসমূহৰ বিষয়ে সংক্ষেপে লিখক ।
উত্তৰঃ
গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : ক্ষমতাৰ পৃথকীকৰণ তত্ত্বৰ বিষয়ে আলোচনা কৰক। এই তত্ত্বৰ বিপক্ষে থকা সমালোচনাসমূহ ব্যাখ্যা কৰক।
উত্তৰঃ
প্রশ্ন ২ : বিধানমণ্ডলৰ কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰক ।
উত্তৰঃ
প্রশ্ন ৩ : কাৰ্যপালিকাৰ কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰক ।
উত্তৰঃ
Question Type By- Parina Hazarika