যোগাযোগ তত্ত্ব দৃষ্টিভংগী আৰু সিদ্ধান্ত গ্ৰহণকাৰী দৃষ্টিভঙ্গী
অধ্য়ায়- ৫
ক) বস্তুধর্মী প্রশ্ন
প্রশ্ন ১: যোগাযোগ তত্ত্ব দৃষ্টিভংগীটোৰ উন্নতি সাধন কৰি কোনে ৰাজনীতি বিজ্ঞানত ইয়াক প্রয়োগ কৰিছিল ?
উত্তৰঃ
প্রশ্ন ২ : লীড’ মানে কি?
উত্তৰঃ
প্রশ্ন ৩ : সিদ্ধান্ত গ্ৰহণকাৰী দৃষ্টিভঙ্গীটোৰ সৈতে জড়িত এজন পণ্ডিতৰ নাম উল্লেখ কৰক।
উত্তৰঃ
প্রশ্ন ৪ : সিদ্ধান্ত গ্ৰহণকাৰী প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা দিশ উল্লেখ কৰক ৷
উত্তৰঃ
খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : যোগাযোগ তত্ত্ব দৃষ্টিভংগীটোৰ সমালোচনাসমূহ লিখক।
উত্তৰঃ
প্রশ্ন ২ : লোড, লেগ, গেইন আৰু লীডৰ বিষয়ে লিখক।
উত্তৰঃ
গ) ৰচনাধৰ্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : যোগাযোগ তত্ত্ব দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰক। যোগাযোগ তত্ত্ব দৃষ্টিভংগীৰ সমালোচনাসমূহৰ বিষয়ে লিখক।
উত্তৰঃ
প্রশ্ন ২ : সিদ্ধান্ত গ্ৰহণকাৰী দৃষ্টিভঙ্গীৰ বিষয়ে আলোচনা কৰক । সিদ্ধান্ত গ্ৰহণকাৰী দৃষ্টিভঙ্গীৰ সমালোচনাসমূহৰ বিষয়ে লিখক।
উত্তৰঃ Question Type By- Parina Hazarika