ব্য়ক্তিত্ব আৰু ইয়াৰ উপাদানসমূহ
অধ্য়ায় ১৩
(ক) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন নং ১ : ব্যক্তিত্ব বুলিলে কি বুজে ?
উত্তৰঃ
প্রশ্ন নং ২: ব্যক্তিত্বৰ উল্লেখযোগ্য বৈশিষ্ট্যৰ বিষয়ে লিখক।
উত্তৰঃ
প্রশ্ন নং ৩ : ব্যক্তিত্বৰ বিষয়ে আপুনি কি সংজ্ঞা আগবঢ়াব ?
উত্তৰঃ
প্রশ্ন নং ৪ : ব্যক্তিত্বৰ ক্ষেত্ৰত বংশগতি উপাদানে কেনেকৈ প্ৰভাৱ পেলায় ?
উত্তৰঃ
প্রশ্ন নং ৫ঃ ব্যক্তিত্বত পৰিৱেশৰ উপাদানে কেনেকৈ প্ৰভাৱ পেলায় ?
উত্তৰঃ
প্রশ্ন নং ৬ঃ ব্যক্তিত্বৰ ক্ষেত্ৰত জৈৱিক উপাদানৰ প্রভাৱৰ বিষয়ে উল্লেখ কৰক।
উত্তৰঃ
প্ৰশ্ন নং ৭ : হৰম’ন বা অন্তঃক্ষৰণ কি ?
উত্তৰঃ
(খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন নং ১ : ব্যক্তিত্বৰ বিকাশত প্ৰভাৱ পেলোৱা বিভিন্ন উপাদানসমূহৰ বিষয়ে আলোচনা কৰক।
উত্তৰঃ
প্রশ্ন নং ২ : বংশগতি আৰু পৰিৱেশৰ ফলাফলেই হ’ল ব্যক্তিত্ব-ব্যাখ্যা কৰক।
উত্তৰঃ
প্রশ্ন নং ৩ : ব্যক্তিত্বৰ বিকাশত সংস্কৃতিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰক।
উত্তৰঃ
Question Type By- Mayur rani Kashyap