ব্য়ক্তিত্বৰ তত্ত্বসমূহ
অধ্য়ায় ১৪
(ক) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন নং ১ ঃ হিপ্পোক্রেটচ্ ব্যক্তিত্বৰ শ্ৰেণীবিভাগৰ বিষয়ে বৰ্ণনা কৰক।
উত্তৰঃ
প্রশ্ন নং ১ : স্ৰেঞ্জাৰৰ ব্যক্তিত্বৰ শ্ৰেণীবিভাগৰ বিষয়ে বৰ্ণনা কৰক ।
উত্তৰঃ
প্রশ্ন নং ৩ : সংলক্ষণ বুলিলে কি বুজে? সংলক্ষণৰ বৈশিষ্ট্যসমূহ কি কি ?
উত্তৰঃ
প্রশ্ন নং ৪ : ইগ, ইগ’ (অহম) আৰু চুপাৰ ইগ’ (পৰম অহম) বুলিলে কি বুজে ?
উত্তৰঃ
(খ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন নং ১ : ব্যক্তিত্বৰ প্ৰকাৰ বুলিলে কি বুজায় ? ইয়ুংয়ে আগবঢ়োৱা ব্যক্তিত্বৰ প্ৰকাৰ তত্ত্বৰ দোষবোৰৰ বিষয়ে বৰ্ণনা কৰক ৷
উত্তৰঃ
প্রশ্ন নং ২ : এলপোর্ট আৰু কেটেলৰ ব্যক্তিত্বৰ শ্ৰেণীবিভাজনসমূহৰ বিষয়ে বৰ্ণনা কৰক।
উত্তৰঃ
প্রশ্ন নং ৩ : ব্যক্তিত্বৰ মনোবিশ্লেষণাত্মক তত্ত্ব বুলিলে কি বুজে? মনোবিশ্লেষণাত্মক তত্ত্বৰ ক্রমবিকাশৰ বিষয়ে বৰ্ণনা কৰক ৷
উত্তৰঃ
Question Type By- Mayur rani Kashyap