স্মৃতি আৰু বিস্মৃতি
অধ্য়ায় ১১
(ক) বস্তুধর্মী প্রশ্ন (৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন নং ১ ঃ স্মৃতি মানে কি বুজে ?
উত্তৰঃ
প্রশ্ন নং ২ : সংৰক্ষণ বুলিলে কি বুজে?
উত্তৰঃ
প্রশ্ন নং ৩ ঃ পুনঃস্মৰণ বুলিলে কি বুজে?
উত্তৰঃ
প্রশ্ন নং ৪ : মুখস্থ বা যান্ত্ৰিক স্মৃতি আৰু যুক্তি সংগত স্মৃতি বুলিলে কি বুজে ?
উত্তৰঃ
প্রশ্ন নং ৫ : উত্তম স্মৃতিৰ লক্ষণ কি কি?
উত্তৰঃ
(খ) চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন নং ১ : স্মৃতিৰ আটাইতকৈ প্ৰয়োজনীয় দুটা উপাদানৰ বিষয়ে বৰ্ণনা কৰক ৷
উত্তৰঃ
প্রশ্ন নং ২ : উত্তম স্মৃতিৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখক।
উত্তৰঃ
প্রশ্ন নং ৩ ঃ কম আয়সতে মনত ৰখা পদ্ধতি দুটাৰ বিষয়ে বৰ্ণনা কৰক ।
উত্তৰঃ
প্রশ্ন নং ৪ : মনত ৰাখিবৰ বাবে জিৰণিৰ প্ৰয়োজননে? যদি হয় তেন্তে কিয় প্রয়োজন?
উত্তৰঃ
প্রশ্ন নং ৫ ঃ ভাল স্মৃতিৰ বাবে মানসিক স্বাস্থ্য আৰু আগ্ৰহ কিয় দৰকাৰ হয়, ব্যাখ্যা কৰক ।
উত্তৰঃ
(গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন নং ১ : স্মৃতি বুলিলে কি বুজে? স্মৃতিৰ উপাদানসমূহৰ বিষয়ে আলোচনা কৰক ৷
উত্তৰঃ
প্রশ্ন নং ২ : উত্তম স্মৃতিৰ চাৰিটা লক্ষণৰ বিষয়ে উল্লেখ কৰক।
উত্তৰঃ
প্রশ্ন নং ৩ ঃ স্মৃতিৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰক ।
উত্তৰঃ
প্রশ্ন নং ৪ : স্মৃতিক কেনেকৈ আৰু বেছি উন্নীত কৰিব পৰা যায়?
উত্তৰঃ
প্রশ্ন নং ৫ঃ আমি কিয় পাহৰো? উদাহৰণৰ সৈতে বিস্মৃতিৰ বিভিন্ন কাৰণসমূহৰ বিষয়ে আলোচনা কৰক ৷
উত্তৰঃ
Question Type By- Mayur rani Kashyap