Chapter- 13
পোহৰ
১। পৃথিৱীৰ বাবে পোহৰৰ আটাইতকৈ ডাঙৰ উৎস হ’ল ?
(ক) বাল্ব
(খ) মমবাতি
(গ) সূৰ্য
উত্তৰ- (গ) সূৰ্য ।
২। সূৰ্যৰ পোহৰত কেইবিধ ৰঙ থাকে ?
(ক) পাঁচ বিধ
(খ) সাত বিধ
(গ) ন বিধ
উত্তৰ- (খ) সাত বিধ ।
৩। উত্তল লেন্সে বিভিন্ন ধৰণৰ প্ৰতিবিম্ব সৃষ্টি ?
(ক) কৰে
(খ) নকৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) কৰে ।
৪। কাচেৰে তৈয়াৰী কি নামৰ এবিধ সঁজুলি আছে ?
(ক) আতছী
(খ) প্ৰিজম
(গ) লেন্স
উত্তৰ- (খ) প্ৰিজম ।
৫। টৰ্চৰ বাল্বটোৰ পিছফালে চিক্মিকাই থকা এটা ঘোৰ অংশ থাকে ইয়াক কি বুলি কোৱা হয় ?
(ক) পোহৰ বুলি কোৱা হয়
(খ) প্ৰতিফলক বুলি কোৱা হয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) প্ৰতিফলক বুলি কোৱা হয় ।
৬। পোহৰৰ প্ৰতিসৰণ ঘটাব পৰা বস্তু হ’ল ?
(ক) কাগজ
(খ) পানী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) পানী ।
৭। নিজে পোহৰ দিব পৰা বস্তুবোৰক কি বোলা হয় ?
(ক) নিজাপোহৰ
(খ) দীপ্তিমান
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) দীপ্তিমান ।
৮। পোহৰে সদায় সৰলৰেখাত গতি ?
(ক) কৰে
(খ) নকৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) কৰে ।
৯। হাতেৰে চুব পৰা আৰু পদাৰ্থ পেলাব পৰা প্ৰতিবিম্বই হ’ল ?
(ক) অসৎ প্ৰতিবিম্ব
(খ) সৎ প্ৰতিবিম্ব
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সৎ প্ৰতিবিম্ব ।
১০। আতছী কাচ আচলতে-
(ক) অৱতল লেন্স
(খ) উত্তল লেন্স
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) উত্তল লেন্স ।
১১। সমতল দাপোণৰ ক্ষেত্ৰত কোনটো অসত্য ?
(ক) প্ৰতিবিম্ব একে আকাৰৰ
(খ) প্ৰতিবিম্ব প্ৰকাৰ সৎ
(গ) প্ৰতিবিম্ব থিয় আৰু লক্ষ্যবস্তুৰ সমান
উত্তৰ- (ক) প্ৰতিবিম্ব একে আকাৰৰ ।
১২. তলৰ ছবিখৱৰ নাম কি ?
(ক) ৰঙ
(খ) ৰামধেনু
(গ) নিউটনৰ কাঁহী
উত্তৰ- (খ) ৰামধেনু ।
১৩. পোহৰৰ প্ৰতিসৰণ ঘটাব পৰা এবিধ বস্তুৰ নাম লিখা ?
(ক) পানী
(খ) গোল্লা
(গ) প্লাষ্টিক
উত্তৰ- (খ) গোল্লা ।
১৪. পোহৰৰ প্ৰতিফলনৰ বাবেই সকলো ধৰণৰ দাপোণত কিহৰ সৃষ্টি হয় ?
(ক) প্ৰতিফলন
(খ) প্ৰতিবিম্ব
(গ) প্ৰতিফলক
উত্তৰ- (খ) প্ৰতিবিম্ব
১৫. তলৰ ছবিখনৰ নাম কি ?
(ক) অবতল দাপোন
(খ) উত্তল দাপোন
(গ) গোলক
উত্তৰ- (ক) অবতল দাপোন ।
১৬. লেন্স বিভিন্ন প্ৰকাৰৰ নাথাকে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ দুয়োটা
উত্তৰ- (খ) অশুদ্ধ ।
১৭. প্ৰতিবিম্ব এক ছেকেণ্ডৰ প্ৰায় কিমান অংশ সময়ৰ বাবে স্থায়ী হয় ?
(ক) 1/5
(খ) 1/16
(গ) 18/7
উত্তৰ- (খ) 1/16 ।
১৮. কোনো বস্তুৰ ওপৰত পোহৰ পৰি উফৰি অহাকে পোহৰৰ কি বোলে ?
(ক) প্ৰতিফলক বোলে
(খ) প্ৰতিসৰণ বোলে
(গ) প্ৰতিফলন বোলে
উত্তৰ- (গ) প্ৰতিফলন বোলে ।
১৯. উত্তল আৰু অবতল দাপোণৰ ক্ষেত্ৰত পোহৰৰ প্ৰতিফলন ক’ত ঘটে ?
(ক) ভাজ থকা পৃষ্ঠত
(খ) সমতল পৃষ্ঠত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ভাজ থকা পৃষ্ঠত ।
২০. উত্তল লেন্সে বিভিন্ন ধৰণৰ প্ৰতিবিম্ব সৃষ্টি নকৰে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অশুদ্ধ ।
Type by- Bikul Mandal