Chapter- 13
সন্ধিয়া
১। সন্ধিয়াৰ ৰঙা বেলি ধীৰে ধীৰে কলৈ গ’ল?
(ক) ঘৰলৈ
(খ) পশ্চিমাকাশত
(গ) এটাও নহয়
উত্তৰ- (খ) পশ্চিমাকাশত ।
২। পেঁপাটি মুখত লই গৰখীয়া ল’ৰা কলৈ গৈছিল?
(ক) পথাৰত গৰু চৰাবলৈ
(খ) ঘৰলৈ
(গ) এটাও নহয়
উত্তৰ- (খ) ঘৰলৈ ।
৩। পূব আকাশৰ পৰা ক’লা ঢাকনিয়ে কি দেখুৱাইছিল?
(ক) পুৱাৰ আভাষ
(খ) নিশাৰ আভাষ
(গ) এটাও নহয়
উত্তৰ- (খ) নিশাৰ আভাষ ।
৪। লুইতৰ পাৰত নাৱৰীয়াবোৰে কি কৰিছিল?
(ক) নাও বান্ধিছিল
(খ) নাও মেলিছিল
(গ) এটাও নহয়
উত্তৰ- (ক) নাও বান্ধিছিল ।
৫। সন্ধিয়া কবিতাটোৰ কবি কোন?
(ক) অৰ্পনা বণিক্য়
(খ) সিংহদত্ত দেৱ অধিকাৰী
(গ) এটাও নহয়
উত্তৰ- (খ) সিংহদত্ত দেৱ অধিকাৰী ।
৬। কবিজনৰ ক’ত জন্ম হৈছিল?
(ক) পলাশবাৰী ওচৰৰ নহিৰা সত্ৰত
(খ) গুৱাহাটীৰ ৰজাদুৱাৰত
(গ) এটাও নহয়
উত্তৰ- (ক) পলাশবাৰী ওচৰৰ নহিৰা সত্ৰত ।
৭। তেওঁ কিমান চনত চাকৰি এৰিছিল?
(ক) ১৯২২ চনত
(খ) ১৯২৫ চনত
(গ) এটাও নহয়
উত্তৰ- (ক) ১৯২২ চনত ।
৮। তেওঁৰ ৰচিত পুথিখন কি?
(ক) অম্বা
(খ) সাধু চৰিত
(গ) এটাও নহয়
উত্তৰ- (খ) সাধু চৰিত ।
৯। বিভোল শব্দৰ অৰ্থ কি?
(ক) আপোন পাহৰা
(খ) পোহৰ
(গ) এটাও নহয়
উত্তৰ- (ক) আপোন পাহৰা ।
১০। কবিজনৰ কিমান চনত মৃত্য়ু হৈছিল?
(ক) ১৯২৫ চনত
(খ) ১৯২৭ চনত
(গ) এটাও নহয়
উত্তৰ- (ক) ১৯২৫ চনত ।
Type by- Bikul Mandal