১। ভাত হ’ল কি উৎস ?
(ক) কাৰ্ব’হাইড্ৰেটৰ
(খ) অক্সিজেনৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) কাৰ্ব’হাইড্ৰেটৰ ।
২। আমাৰ দেহে কি গ্ৰহন কৰে ?
(ক) শ্বেতসাৰ
(খ) গ্লক’জ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) গ্লক’জ ।
৩। খাদ্যৰ জটিল উপাদানসমূহৰ সৰলীকৰণ কৰা প্ৰক্ৰিয়াটোক কি বোলে ?
(ক) পৰিপুষ্টি
(খ) হজম প্ৰক্ৰিয়া
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) হজম প্ৰক্ৰিয়া ।
৪। উদ্ভিদে নিজৰ দেহত খাদ্য প্ৰস্তুত কৰিব ?
(ক) নোৱাৰে
(খ) পাৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) পাৰে ।
৫। খাদ্যদ্ৰব্য গ্ৰহন কৰা কাৰ্যই হ’ল ?
(ক) ভক্ষণ
(খ) পাচন
(গ) বহিষ্কৰণ
উত্তৰ- (ক) ভক্ষণ ।
৬। এমিবা এবিধ এককোষী প্ৰাণী কি জীৱ ?
(ক) সদৃশ
(খ) অসদৃশ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) সদৃশ ।
৭। এমিবাই খাদ্য হিচাপে কি গ্ৰহন কৰে ?
(ক) বেক্টেৰিয়া
(খ) শ্বেতশাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) বেক্টেৰিয়া ।
৮। ফলমূল প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰা প্ৰাণীক কি প্ৰাণী বোলা হয় ?
(ক) ফলাহাৰী
(খ) ৰক্তভোজী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ফলাহাৰী ।
৯। মুখ গহ্বৰৰ ওপৰৰ অংশক কি বোলে ?
(ক) তালু
(খ) জিভা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) তালু ।
১০। পাকস্থলীৰ শেষ মূৰৰপৰা আৰম্ভ হোৱা পাকখোৱা দীঘল নলীসদৃশ অংশই হ’ল ?
(ক) বৃহদন্ত্ৰ
(খ)ক্ষুদ্ৰান্ত্ৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ)ক্ষুদ্ৰান্ত্ৰ ।
১১। পূৰ্ণগ্ৰাসী পৰিপুষ্ট প্ৰক্ৰিয়া কেইটা স্তৰত মাজেৰে সম্পন্ন হৈছে ?
(ক) তিনিটা
(খ) চাৰিটা
(গ) পাঁচটা
উত্তৰ- (গ) পাঁচটা ।
১২। জীৱৰ পৰিপুষ্টি কেই প্ৰকাৰৰ ?
(ক) দুূই প্ৰকাৰৰ
(খ) তিনি প্ৰকাৰৰ
(গ) ছয় প্ৰকাৰৰ
উত্তৰ- (ক) দুূই প্ৰকাৰৰ ।
১৩। হাতীৰ কোনবিধ দাঁত জোঙা হৈ বাহিৰলৈ ওলাই যায় ?
(ক) কৃন্তক
(খ) ছেদক
(গ) পেষক
উত্তৰ- (ক) কৃন্তক ।
১৪। কোনবিধ অংগৰ পাচনতন্ত্ৰৰ অন্তৰ্গত নহয় ?
(ক) যকৃত
(খ) পাকস্থলী
(গ) হাঁওফাঁও
উত্তৰ- (গ) হাঁওফাঁও ।
১৫। খাদ্য বস্তু গ্ৰহণ কৰা প্ৰক্ৰিয়াক কি বোলা হয় ?
(ক) ভক্ষণ বোলা হয়
(খ) ছেদক বোলা হয়
(গ)হজম বোলা হয়
উত্তৰ- (ক) ভক্ষণ বোলা হয় ।
১৬। মানুহৰ কেইধৰণৰ দাঁত থাকে ?
(ক) তিনি ধৰণৰ
(খ) চাৰি ধৰণৰ
(গ) পাঁচ ধৰণৰ
উত্তৰ- (খ) চাৰি ধৰণৰ ।
১৭। শৰ্কৰাৰ পাচন ক’ত আৰম্ভ হয় ?
(ক) মুখগহ্বৰ
(খ) শ্বাসতন্ত্ৰৰন
(গ) মলত্যাগৰ
উত্তৰ- (ক) মুখগহ্বৰ ।
১৮। পাচক ৰস নিঃসৰণ কৰা এবিধ গ্ৰন্থিৰ নাম লিখা।
(ক) যকৃত
(খ) ক্ষুদ্ৰান্ত্ৰ
(গ) দন্তক্ষয়
উত্তৰ- (ক) যকৃত ।
১৯।ৰোমন্থক প্ৰাণীবোৰৰ পাস্থলীত কেইটা কোঠালি থাকে ?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
উত্তৰ- (গ) চাৰিটা ।
২০। ঊৰ্দ্ধ আৰু নিম্ন হনু উভয়ৰে কেইযোৰকৈ দাঁত থাকে ?
(ক) দুযোৰকৈ
(খ) তিনিযোৰকৈ
(গ) পাঁচযোৰকৈ
উত্তৰ- (খ) তিনিযোৰকৈ ।
Type by- Bikul Mandal