মৌৰ্য্যোত্তৰ যুগৰ ভাৰত
Chapter- 3
(১) ‘মহাভাষ্য’ পুথিখন কোনে লিখিছিল ?
ক) পতঞ্জলিয়ে
খ) পাণিনীয়ে
গ) কালিদাসয়ে
উত্তৰঃ ক) পতঞ্জলিয়ে।
(২) পহ্লৱসকলৰ শ্ৰেষ্ঠ ৰজা কোন ?
ক) মিনান্দাৰ
খ) মিলিন্দ
গ) গণ্ডোফাৰ্নিছ
উত্তৰঃ গ) গণ্ডোফাৰ্নিছ।
(৩) বৌদ্ধধৰ্মৰ উপাসক কোন ?
ক) এন্টিয়ালকিডাচ
খ) মিলিন্দ
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ খ) মিলিন্দ।
(৪) হিন্দু ধৰ্মৰ উপাসক মিনান্দাৰ হয় নে নহয় ?
ক) হয়
খ) নহয়
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ খ) নহয়।
(৫) ‘অষ্টাধ্যয়ী’ পুথি কোনে লিখিছিল ?
ক) পতঞ্জলিয়ে
খ) কালিদাসে
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ গ) ওপৰৰ এটাও নহয়।
(৬) ‘মালবিকাগ্নিমিত্ৰম’ পুথি কোনে লিখিছিল ?
ক) কালিদাসে
খ) পতঞ্জলিয়ে
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ ক) কালিদাসে।
(৭) কণিষ্ক কুষাণ বংশৰ কিমান তম ৰজা আছিল ?
ক) প্ৰথম বংশৰ
খ) দ্বিতীয় বংশৰ
গ) তৃতীয় বংশৰ
উত্তৰঃ গ) তৃতীয় বংশৰ।
(৮) কণিষ্কৰ ৰাজধানীৰ নাম কি আছিল ?
ক) পুৰুষপুৰ
খ) অযোধ্যা
গ) মগধ
উত্তৰঃ ক) পুৰুষপুৰ।
(৯) কণিষ্কৰ দ্বিতীয় ৰাজধানীৰ নাম কি ?
ক) সাতবাহন
খ) পুৰুষপুৰ
গ) মথুৰা
উত্তৰঃ গ) মথুৰা।
(১০) বৌদ্ধ ধৰ্মৰ ভাগ কেইটা ?
ক) ৪ টা
খ) ৩ টা
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ গ) ওপৰৰ এটাও নহয়।
(১১) কণিষ্ক কোনটো ধৰ্মৰ পন্থী আছিল ?
ক) হীনযানৰ
খ) মহাযানৰ
গ) মহানযানৰ
উত্তৰঃ খ) মহাযানৰ।
(১২) কাৰ দিনত বৌদ্ধ ধৰ্ম ভাগ হোৱা নাছিল ?
ক) কণিষ্কৰ দিনত
খ) অশোকৰ দিনত
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ খ) অশোকৰ দিনত।
(১৩) যোদ্ধ ত্যাগ কোনে কৰা নাছিল ?
ক) অশোকে
খ) কণিষ্কই
গ) মিনান্দাৰে
উত্তৰঃ খ) কণিষ্কই।
(১৪) ‘সপ্তশতক’ বা ‘সপ্তসতী’ কাৰ সময়ত ৰচিত বিখ্যাত গ্ৰন্থ আছিল ?
ক) কুষাণসকলৰ সময়ত
খ) শকসকলৰ সময়ত
গ) সাতময়তবাহন সকলৰ স
উত্তৰঃ গ) সাতময়তবাহন সকলৰ স।
(১৫) মহাক্ষত্ৰপ উপাধি কোনে লৈছিল ?
ক) ৰুদ্ৰদমনে
খ) মিলিন্দই
গ) কণিষ্কই
উত্তৰঃ ক) ৰুদ্ৰদমনে।
(১৬) চেত বংশৰ বিখ্য়াত ৰজা কোন আছিল ?
ক) ৰুদ্ৰদমনে
খ) অশোকৰ দিনত
গ) খাৰৱেল
উত্তৰঃ গ) খাৰৱেল।
(১৭)শুংগ বংশৰ শেষ ৰজা কোন আছিল ?
ক) দেৱভুতি।
খ) অশোকে।
গ) ওপৰৰ এটাও নহয়।
উত্তৰঃ ক) দেৱভুতি।
(১৮) শুংগ বংশৰ শেষ ৰজা দেৱভূতিক তেওঁৰে মন্ত্ৰী বাসুদেৱে হত্য়া কৰি ক’ত প্ৰতিষ্ঠা কৰিছিল ?
ক) অশোকৰ দিনত।
খ) মগধত কান্ব বংশ।
গ) ওপৰৰ এটাও নহয়।
উত্তৰঃ খ) মগধত কান্ব বংশ।
(১৯) গ্ৰীক ৰজাসকলৰ শ্ৰেষ্ঠ ৰজা কি আছিল ?
ক) ৰুদ্ৰদমনে ।
খ) সাতময়তবাহন সকলৰ স।
গ) মিনান্দাৰ বা মিলিন্দ।
উত্তৰঃ গ) মিনান্দাৰ বা মিলিন্দ।
(২০) চোল ৰাজ্য়ৰ মূল কেন্দ্ৰস্থল কি আছিল ?
ক) তাঞ্জোৰ।
খ) ৰুদ্ৰদমনে।
গ) ওপৰৰ এটাও নহয়।
উত্তৰঃক) তাঞ্জোৰ।