ভাৰতত মৌৰ্য্যসকল
Chapter- 2
(১) চন্দ্ৰগুপ্ত কোন বংশৰ প্ৰতিষ্ঠাপক ?
ক) মৌৰ্য্য বংশৰ
খ) ভৌম বংশৰ
গ) দানৱ বংশৰ
উত্তৰঃ ক) মৌৰ্য্য বংশৰ।
(২) গ্ৰীক বীৰ আলেকজেণ্ডাৰে কিমান খ্ৰি.পূ.ত ভাৰত আক্ৰমণ কৰিছিল ?
ক) ৩২০ খ্ৰি.পূ.ত
খ) ৩২৫ খ্ৰি.পূ.ত
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ গ) ওপৰৰ এটাও নহয়।
(৩) ৰজা হৈ কোনে অমিত্ৰঘাট উপাধি গ্ৰহণ কৰিছিল ?
ক) অশোকে
খ) বিন্দুসাৰে
গ) চন্দ্ৰগুপ্তই
উত্তৰঃ খ) বিন্দুসাৰে।
(৪) চন্দ্ৰগুপ্তৰ পুত্ৰ বিন্দুসাৰে কিমান খ্ৰি.পূ.ত ৰজা হৈছিল ?
ক) ২৯৬ খ্ৰি.পূ.ত
খ) ২৯৭ খ্ৰি.পূ.ত
গ) ২৯৮ খ্ৰি.পূ.ত
উত্তৰঃ গ) ২৯৮ খ্ৰি.পূ.ত।
(৫) মৌৰ্য্য সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?
ক) বিন্দুসাৰ
খ) অশোক
গ) চন্দ্ৰগুপ্ত
উত্তৰঃ খ) অশোক।
(৬) ‘অৰ্থশাস্ত্ৰ’ কোনে লিখিছিল ?
ক) কৌটিল্যই
খ) বিশাখাদত্তই
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ ক) কৌটিল্যই।
(৭) ‘ইণ্ডিকা’ কোনে লিখিছিল ?
ক) বিশাখাদত্তই
খ) কৌটিল্যই
গ) মেগাস্থিনিচে
উত্তৰঃ গ) মেগাস্থিনিচে।
(৮) ‘মুদ্ৰাৰাক্ষস’ কোনে লিখিছিল ?
ক) মেগাস্থিনিচে
খ) কৌটিল্যই
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ গ) ওপৰৰ এটাও নহয়।
(৯) অশোকক মানৱ জাতিৰ কি বুলি কোৱা হয় ?
ক) অশোৰ বুলি
খ) শিক্ষক বুলি
গ) প্ৰেৰণা বুলি
উত্তৰঃ খ) শিক্ষক বুলি।
(১০) গ্ৰীক কটকী মেগাস্থিনিচৰ দ্বাৰা ৰচিত বিখ্যাত পুথিথনৰ নাম কি ?
ক) অৰ্থশাস্ত্ৰ
খ) ইণ্ডিকা
গ) মুদ্ৰাৰাক্ষস
উত্তৰঃ খ) ইণ্ডিকা।
(১১) ‘দেৱানামপ্ৰিয়’ বুলি কাক কোৱা হৈছিল ?
ক) অশোকক
খ) চন্দ্ৰগুপ্তক
গ) বিন্দুসাৰক
উত্তৰঃ ক) অশোকক।
(১২) পাটলিপুত্ৰ নগৰখন কিমানখন দুৱাৰে চাৰিওফালে ওখ প্ৰাচীৰেৰে আগুৰা আছিল ?
ক) ৭০ খন
খ) ৬০ খন
গ) ৬৪ খন
উত্তৰঃ গ) ৬৪ খন।
(১৩) আকৌ কিমানটা স্তম্ভৰে চাৰিওফালে ওখ প্ৰাচীৰেৰে আগুৰা আছিল ?
ক) ৫৫০ টা
খ) ৫৭০ টা
গ) ৫৬০ টা
উত্তৰঃ খ) ৫৭০ টা।
(১৪) পাটলিপুত্ৰ নগৰখন কোন নদীৰ পাৰত অৱস্থিত আছিল ?
ক) গঙ্গা নদীৰ পাৰত
খ) ব্ৰহ্মপুত্ৰ নদীৰ পাৰত
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ ক) গঙ্গা নদীৰ পাৰত।
(১৫) বৌদ্ধ ধৰ্ম গ্ৰহণ কৰাৰ আগতে অশোক কিহৰ উপাসক আছিল ?
ক) শ্ৰী কৃষ্ণৰ
খ) ব্ৰহ্মাৰ
গ) শিৱৰ
উত্তৰঃ গ) শিৱৰ।
(১৬) ৰজা হৈ বিন্দুসাৰে অমিত্ৰঘাট কি গ্ৰহণ কৰিছিল ?
ক) উপাধি গ্ৰহণ কৰিছিল।
খ) বিন্দুসাৰক
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ ক) উপাধি গ্ৰহণ কৰিছিল।
(১৭) মৌৰ্য্য় শাসন ব্য়ৱস্থাত শাসনৰ মূলবিন্দু কোন আছিল ?
ক) ভৌম বংশৰ
খ) ৰজাই ।
গ) মুদ্ৰাৰাক্ষস
উত্তৰঃ খ) ৰজাই ।
(১৮) মৌৰ্য্য়সকলৰ কেন্দ্ৰীয় ন্য়ায়ালয় ক’ত অৱস্থিত ?
ক) পাটলিপুত্ৰত অৱস্থিত।
খ) ভৌম বংশৰ অৱস্থিত।
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ ক) পাটলিপুত্ৰত অৱস্থিত।
(১৯) গুৰুতৰ অপৰাধৰ বিচাৰ কেন্দ্ৰীয় ক’ত কৰা হৈছিল ?
ক) গঙ্গা নদীৰ পাৰত।
খ) মুদ্ৰাৰাক্ষস।
গ) ন্য়ায়ালয়ত কৰা হৈছিল।
উত্তৰঃ গ) ন্য়ায়ালয়ত কৰা হৈছিল।