Chapter- 14
বতাহ, ধুমুহা আৰু ঘূৰ্ণীবতাহ
১. বতাহৰ দ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰি কেইটা ভাগত ভাগ কৰা হয় ?
(ক) ৫ টা
(খ) ১৫ টা
(গ) ১৩ টা
উত্তৰ- (গ) ১৩ টা ।
২. হাৰিকেন,টাইফুন,চাইক্লোন,টৰ্ণেড’-এই সকলোবোৰ
(ক) ধুমুহা বতাহ
(খ) ঘূৰ্ণীবতাহ
(গ) মৌচুমী বতাহ
উত্তৰ- (খ) ঘূৰ্ণীবতাহ ।
৩. জুন মাহত ভাৰত মহাসাগৰত কি নামৰ আন এজাক ঘূৰ্ণীবতাহৰ উৎপত্তি হৈছিল ?
(ক) ‘বতাহ’
(খ) ‘বায়ু’
(গ) ‘ধুমুহা’
উত্তৰ- (খ) ‘বায়ু’ ।
৪. ঘূৰ্ণীবতাহ হ’ল বতাহৰ ?
(ক) বিজুলী
(খ) চাইক্ল’ন
(গ) চাকনৈয়া
উত্তৰ- (গ) চাকনৈয়া ।
৫. বিউৰ্ফট স্কেলৰত ধুমুহাৰ স্থান কেই নম্বৰত ?
(ক) ১১
(খ) ১২
(গ) ১৬
উত্তৰ- (ক) ১১ ।
৬. পৃথিৱীত মহাদেশ কেইখন ?
(ক) ৭ খন
(খ) ৯ খন
(গ) ৮ খন
উত্তৰ- (ক) ৭ খন ।
৭. পৃথিৱীত মহাসাগৰ কেইখন ?
(ক) ৪ খন
(খ) ৫ খন
(গ) ৭ খন
উত্তৰ- (খ) ৫ খন ।
৮. 2019 চনত মে’ মাহত কি নামৰ এটা ভয়ানক ঘূৰ্ণীবতাহ ভাৰত মহাসাগৰত সৃষ্টি হৈছিল ?
(গ) হাৰিকেন
(খ) ফণী
(গ) টাইকেন
উত্তৰ- (খ) ফণী ।
৯. কোবাল বতাহ কেইনম্বৰ স্থানত আছে ?
(ক) ৭ নম্বৰ
(খ) ৫ নম্বৰ
(গ) ২ নম্বৰ
উত্তৰ- (ক) ৭ নম্বৰ ।
১০. বছৰৰ ভিন ভিন ঋতুত বলা বতাহৰ ধৰণো বেলেগ বেলেগ ?
(ক) হয়
(খ) নহয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) হয় ।
১১. তলৰ ছবিখনৰ নাম কি ?
(ক) টৰ্ণেড
(খ) ঘূৰ্ণিবতাহ
(গ) ধুমুহা
উত্তৰ- (ক) টৰ্ণেড ।
১২. বতাহৰ দ্ৰুতি নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যতনটোৰ নাম কি ?
(ক) এনেম’মিটাৰ
(খ) থাৰ্ম’মিটাৰ
(গ) উইণ্ড ভেন
উত্তৰ- (ক) এনেম’মিটাৰ ।
১৩. বিউফৰ্ট স্কেলত ধুমুহাৰ স্থান কেই নম্বৰত ?
(ক) ১১
(খ) ৫
(গ) ২৫
উত্তৰ- (ক) ১১ ।
১৪. তলৰ ছবিখনৰ নাম কি ?
(ক) গোলক
(খ) পৃথিৱীৰ ওপৰৰে গৈ থকা বতাহ
(গ) বায়ৰ গতি
উত্তৰ- (গ) বায়ৰ গতি ।
১৫. ১২০ কি.মি তকৈ বেছি বতাহবিধ কি স্কেলৰ সহায়ত জোখা হয় ?
(ক) বেৰোমিটাৰ
(খ) নেনমিটাৰ
(গ) বিউফৰ্ট
উত্তৰ- (গ) বিউফৰ্ট ।
১৬. কি বতাহ হ’ল চাকনৈয়া ?
(ক) ধুমুহা বতাহ
(খ) ঘূৰ্ণীবতাহ
(গ) পশ্চিমা বতাহ
উত্তৰ- (খ) ঘূৰ্ণীবতাহ ।
১৭. পৃথিৱীখনক আগুৰি বৈ থকা কেইবিধ বতাহ আছে ?
(ক) ১৩
(খ) ১৫
(গ) ১৭
উত্তৰ- (ক) ১৩ ।
১৮. সমীৰণ বতাহ কেইনম্বৰ স্থানত আছে ?
(ক) ১ নম্বৰ
(খ) ৬ নম্বৰ
(গ) ৩ নম্বৰ
উত্তৰ- (ক) ১ নম্বৰ ।
১৯. অসমত মৌচমী বতাহ কি মাহত প্ৰচুৰ পৰিমানে বৰষুণ হয় ?
(ক) জানুৱাৰী ৰ পৰা মাৰ্চ লৈ
(খ) মে’ৰ পৰা ছেপ্টেম্বৰ লৈ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) মে’ৰ পৰা ছেপ্টেম্বৰ লৈ ।
২০. মাঘ বিহুত উৰুকাৰ পিছদিনা কি জ্বলোৱা হয় ?
(ক) ঘৰ
(খ) মেজি
(গ) খৰি
উত্তৰ- (খ) মেজি ।
Type by- Bikul Mandal