Chapter- 3
পখীৰ মেকুৰী পোৱালী
১. পখীয়ে পুখুৰীটোৰ কাষলৈ পাঁওতে কিহৰ মাত শুনিছিল?
(ক) শালিকা চৰাই হালৰ
(খ) এটা সৰু মেকুৰীৰ
(গ) এটাও নহয়
উত্তৰ- (খ) এটা সৰু মেকুৰীৰ ।
২. সিদিনা সন্ধিয়ালৈকে পখীয়ে কাৰ লগত খেলি থাকিল?
(ক) মেকুৰীটোৰ লগত
(খ) শালিকাহালৰ লগত
(গ) এটাও নহয়
উত্তৰ- (ক) মেকুৰীটোৰ লগত ।
৩. পেহীয়েকে কি কৈহে পখীক শুৱাব পাৰিলে?
(ক) গান গাই
(খ) সাধু কৈ
(গ) এটাও নহয়
উত্তৰ- (খ) সাধু কৈ ।
৪. কোনে আহি পখীক জগালেহি?
(ক) মাকে
(খ) পেহীয়েকে
(গ) এটাও নহয়
উত্তৰ- (ক) মাকে ।
৫. কাঁহ শব্দৰ অৰ্থ কি?
(ক) এবিধ ধাতু
(খ) ডিঙিত হোৱা এবিধ অসুখ
(গ) এটাও নহয়
উত্তৰ- (ক) এবিধ ধাতু ।
৬. কথা শব্দৰ অৰ্থ কি?
(ক) মাত, বচন
(খ) মাটিৰ জোখ
(গ) এটাও নহয়
উত্তৰ- (ক) মাত, বচন ।
৭. পখীৰ মাক-দেউতাক কাৰ বিয়া খাবলৈ গৈছিল?
(ক) পখীৰ সম্পৰ্কীয় খুৰাক এজনৰ
(খ) পখীৰ সম্পৰ্কীয় মামাক এজনৰ
(গ) এটাও নহয়
উত্তৰ- (ক) পখীৰ সম্পৰ্কীয় খুৰাক এজনৰ ।
৮. বিয়া খাবলৈ যাওঁতে মাক-দেউতাকে পখীক কাৰ লগত থৈ গৈছিল?
(ক) ককাক-আইতাকৰ লগত
(খ) পেহীয়েকৰ লগত
(গ) এটাও নহয়
উত্তৰ- (খ) পেহীয়েকৰ লগত ।
৯. পখীৰ মাকহঁত কেতিয়া ঘৰলৈ ঘূৰি আহিল?
(ক) ৰাতি
(খ) সন্ধিয়া সময়ত
(গ) এটাও নহয়
উত্তৰ- (খ) সন্ধিয়া সময়ত ।
১০. হাঁহিৰ বিপৰীত শব্দ কি?
(ক) বেজাৰ
(খ) কান্দোন
(গ) এটাও নহয়
উত্তৰ- (খ) কান্দোন ।
Type by- Bikul Mandal