Chapter- 11
ঢোলৰ যাদুকৰ
১। ‘ঢোলৰ যাদুকৰ’ বুলি কাক আখ্য়া দিয়া হয়?
(ক) লক্ষ্মীনাথ বেজবৰুৱাক
(খ) মঘাই ওজাক
(গ) এটাও নহয়
উত্তৰ- (খ) মঘাই ওজাক ।
২। মঘাই ওজাৰ আচল নাম কি?
(ক) মঘাই বৰুৱা
(খ) মঘাই হাজৰিকা
(গ) এটাও নহয়
উত্তৰ- (ক) মঘাই বৰুৱা ।
৩। মঘাইৰ কিমান চনত জন্ম হৈছিল?
(ক) ১৯১৬ চনত
(খ) ১৮১৬ চনত
(গ) এটাও নহয়
উত্তৰ- (ক) ১৯১৬ চনত ।
৪। মঘাইৰ কিমান বছৰ বয়সত দেউতাকে পৰলোকলৈ গতি কৰিছিল?
(ক) পাঁচ বছৰ বয়সত
(খ) সাত বছৰ বয়সত
(গ) এটাও নহয়
উত্তৰ- (ক) পাঁচ বছৰ বয়সত ।
৫। কিহৰ বাবে মঘাই দেশ-বিদেশ ভ্ৰমণ কৰিছিল?
(ক) অভিনয়ৰ বাবে
(খ) ঢোল বাদনৰ বাবে
(গ) এটাও নহয়
উত্তৰ- (খ) ঢোল বাদনৰ বাবে ।
৬। এদিনাখন ক’ত থকা মঞ্চখন সজাই-পৰাই তোলা হৈছিল?
(ক) ৰাজহুৱা খেলপথাৰখনত
(খ) যোৰহাট জিলাৰ হাতীগড়ত
(গ) এটাও নহয়
উত্তৰ- (ক) ৰাজহুৱা খেলপথাৰখনত ।
৭। তেওঁক কোনে এখনি ফুলাম গামোচাৰে আদৰণি জনালে?
(ক) ৰাইজে
(খ) সভাৰ উদ্য়োক্তাসকলে
(গ) এটাও নহয়
উত্তৰ- (খ) সভাৰ উদ্য়োক্তাসকলে ।
৮। কাছুটি শব্দৰ অৰ্থ কি?
(ক) তিয়নি
(খ) কুমলীয়া
(গ) এটাও নহয়
উত্তৰ- (ক) তিয়নি ।
৯। উদ্য়োক্তা শব্দৰ অৰ্থ কি?
(ক) অস্থিৰতা
(খ) আয়োজক
(গ) এটাও নহয়
উত্তৰ- (খ) আয়োজক ।
১০। মঘাই ওজাৰ কেতিয়া মৃত্য়ু হৈছিল?
(ক) ১৮৭৮ চনৰ ১৫ মাৰ্চৰ দিনা
(খ) ১৯৭৮ চনৰ ১৫ মাৰ্চৰ দিনা
(গ) এটাও নহয়
উত্তৰ- (খ) ১৯৭৮ চনৰ ১৫ মাৰ্চৰ দিনা ।
Type by- Bikul Mandal