Chapter- 9
ঈদ-উল-ফিটৰ
১। কি ধৰ্মত দান দি আনন্দ-উপভোগ কৰা এটা দিন আছে?
(ক) বৌদ্ধ ধৰ্মত
(খ) ইছলাম ধৰ্মত
(গ) এটাও নহয়
উত্তৰ- (খ) ইছলাম ধৰ্মত ।
২। আৰবী ৰমজান মাহটো কি সকলৰ বাবে বৰ পৱিত্ৰ মাহ?
(ক) মুছলমানসকলৰ বাবে
(খ) অসমীয়াসকলৰ বাবে
(গ) এটাও নহয়
উত্তৰ- (ক) মুছলমানসকলৰ বাবে ।
৩। ৰোজা পালন কৰাৰ অৰ্থ কি?
(ক) দুখীয়াক দান কৰা
(খ) উপবাসে থকা
(গ) এটাও নহয়
উত্তৰ- (খ) উপবাসে থকা ।
৪। দৈনিক কেইবাৰকৈ প্ৰত্য়েক মুছলমানে নামাজ পঢ়াটো বাধ্য়তামূলক?
(ক) তিনি বাৰকৈ
(খ) পাঁচবাৰকৈ
(গ) এটাও নহয়
উত্তৰ- (খ) পাঁচবাৰকৈ ।
৫। নামাজলৈ যোৱাৰ আগতে কি কৰাটো এটা প্ৰয়োজনীয় কাম?
(ক) মিষ্টান্ন ভোজন
(খ) দান কৰা
(গ) এটাও নহয়
উত্তৰ- (ক) মিষ্টান্ন ভোজন ।
৬। নিজৰ সম্পত্তিৰ কিমান ভাগ দুখীয়া লোকসকলৰ মাজত ৰমজান মাহত দান দিবলগীয়া হয়?
(ক) চাৰি ভাগৰ এভাগ
(খ) চল্লিছ ভাগৰ এভাগ
(গ) এটাও নহয়
উত্তৰ- (খ) চল্লিছ ভাগৰ এভাগ ।
৭। ঈদৰ দিনা পৰম ভক্তিৰে কাক মনত পেলোৱা হয়?
(ক) জীৱিত ব্য়ক্তিসকলক
(খ) মৃত ব্য়ক্তিসকলক
(গ) এটাও নহয়
উত্তৰ- (খ) মৃত ব্য়ক্তিসকলক ।
৮। ৰহণ শব্দৰ অৰ্থ কি?
(ক) ৰং
(খ) মিঠা আাহাৰ
(গ) এটাও নহয়
উত্তৰ- (ক) ৰং ।
৯। মৰিষণ শব্দৰ অৰ্থ কি?
(ক) ক্ষমা কৰা কাৰ্য
(খ) পৱিত্ৰ
(গ) এটাও নহয়
উত্তৰ- (ক) ক্ষমা কৰা কাৰ্য ।
১০। সংযমিত শব্দৰ অৰ্থ কি?
(ক) সন্তুষ্ট কৰা কাৰ্য্য়
(খ) সংযম ৰক্ষা কৰা
(গ) এটাও নহয়
উত্তৰ- (খ) সংযম ৰক্ষা কৰা ।
Type by- Bikul Mandal