Chapter- 17
ভঠেলি
১। বিদ্য়ুতৰ ঘৰ ক’ত?
(ক) শিৱসাগৰত
(খ) নলবাৰীত
(গ) এটাও নহয়
উত্তৰ- (ক) শিৱসাগৰত ।
২। প্ৰদ্য়ুতৰ ঘৰ ক’ত?
(ক) নলবাৰীত
(খ) শিৱসাগৰত
(গ) এটাও নহয়
উত্তৰ- (ক) নলবাৰীত ।
৩। কিমান তাৰিখে বিদ্য়ুত প্ৰদ্য়ুতৰ মোমায়েকৰ পৰিয়ালটোৰ লগত নলবাৰীলৈ যাত্ৰা কৰিছিল?
(ক) ১৫ এপ্ৰিল
(খ) ১২ এপ্ৰিল
(গ) এটাও নহয়
উত্তৰ- (খ) ১২ এপ্ৰিল ।
৪। সাধাৰণতে প্ৰত্য়েক ভঠেলিতে কেইটাকৈ পাৰ থাকে?
(ক) দুটাকৈ
(খ) তিনিটাকৈ
(গ) এটাও নহয়
উত্তৰ- (ক) দুটাকৈ ।
৫। কলপটুৱাৰে সজা সেই ঘৰটোৰ কি ঘৰ বোলে?
(ক) নামঘৰ
(খ) ভঠেলি-ঘৰ
(গ) এটাও নহয়
উত্তৰ- (খ) ভঠেলি-ঘৰ ।
৬। আচ্ছন্ন শব্দৰ অৰ্থ কি?
(ক) আবৃত, ঢাক খাই থকা
(খ) অস্থিৰ, চঞ্চল
(গ) এটাও নহয়
উত্তৰ- (ক) আবৃত, ঢাক খাই থকা ।
৭। গাঁও = ……..
(ক) নগৰীয়া
(খ) গাঁৱলীয়া
(গ) এটাও নহয়
উত্তৰ- (খ) গাঁৱলীয়া ।
৮। মাছ + টো = ……
(ক) মাছটো
(খ) গাঁওখন
(গ) এটাও নহয়
উত্তৰ- (ক) মাছটো ।
৯। কোনো কাম কৰা বা নকৰা অথবা হোৱা বা নোহোৱা বুজোৱা পদক কি পদ বোলে?
(ক) অব্য়য় পদ
(খ) ক্ৰিয়া পদ
(গ) এটাও নহয়
উত্তৰ- (খ) ক্ৰিয়া পদ ।
১০। ” অ সেয়া ভঠেলি ভাঙিছে। এতিয়া পাৰকেইটাও উঠাই লৈ যাব। ব’লা আমিও যাওঁ।” এই কথাষাৰি কোনে কাক কৈছিল?
(ক) বিদ্য়ুতে প্ৰদ্য়ুতক কৈছিল
(খ) প্ৰদ্য়ুতে বিদ্য়ুতক কৈছিল
(গ) এটাও নহয়
উত্তৰ- (ক) বিদ্য়ুতে প্ৰদ্য়ুতক কৈছিল ।
Type by- Bikul Mandal